হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল, এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু
নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল।হাৰিয়ানাৰ কৰ্ণালত পুৱতি নিশা ৩-৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ধান বনা কল খহি পৰাৰ ফলত এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ২০ জন লোক আঘাতপ্ৰাপ্ত আৰু বহু লোক আৱদ্ধ হৈ!-->…
Read More...
Read More...