Daily Time Axom
Browsing Tag

Karnataka

আজি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই

নিউজ ডেস্ক, ২০ মে'- আজি দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ছিদ্দাৰামায়াই । আনহাতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডি কে শিৱকুমাৰে। লগতে কৰ্ণাটক ৰাজ্যিক কংগ্ৰেছৰো দায়িত্বভাৰ প্ৰদান কৰা হ’ব শিৱকুমাৰক।
Read More...

কৰ্ণাটকৰ ডিজিপি প্ৰবীণ সুদক CBIৰ সঞ্চালকৰূপে নিযুক্তি

নিউজ ডেস্ক, ১৫ মে'- কৰ্ণাটকৰ DGP প্ৰবীণ সুদক CBIৰ সঞ্চালক পদত নিযুক্তি৷ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে এই সিদ্ধান্ত ঘোষণা কৰা হয়৷ ২৫ মে'ত অৱসৰ ল'ব বৰ্তমানৰ সঞ্চালক সুবোধ কুমাৰ জয়ছোৱালে৷ উল্লেখ্য যে, ১৯৮৬ বৰ্ষৰ IPS বিষয়া প্ৰবীণ সুদক দিয়া
Read More...

আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক, ১২ মে'-আজি ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। ২২৪টা সমষ্টিত হোৱা নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব ২৬১৩গৰাকী প্ৰাৰ্থীৰ।ৰাজ্যখনৰ মুঠ ৩৬ টা ভোটগণনা কেন্দ্ৰত হ'ব গণনা । বিজেপিয়ে
Read More...

আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, ১০ মে'- আজি কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। মুঠ ৫৮,২৮২টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৩ মে’ত ঘোষিত হ’ব নিৰ্বাচনৰ ফলাফল। ২২৪খন আসনৰ বাবে আৰম্ভ নিৰ্বাচনী যুঁজ। ৫.২১ কোটি
Read More...

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মাজতে দোচা বনোৱাত ব্যস্ত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বুধবাৰে মাইচুৰুৰ এখন ৰেষ্টুৰেণ্টত দোচা বনোৱাত ব্যস্ত হৈ পৰে। বুধবাৰে পুৱা কংগ্ৰেছৰ ৰাজ্যিক মুৰব্বী ডি কে শিৱকুমাৰ, দলৰ সাধাৰণ সম্পাদক আৰু
Read More...

কৰ্ণাটকত বিজেপি এৰি কংগ্ৰেছত যোগদান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ কৰ্ণাটকৰ বিজেপি শিবিৰত আন এক মোক্ষম আঘাত। প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেটাৰৰ কংগ্ৰেছত যোগদান।আনহাতে সন্মুখত কৰ্ণাটক বিধানসভা নিৰ্বাচন । ১০ মে'ত ভোটদান প্ৰক্ৰিয়া । ইতিমধ্যে সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। সমাগত
Read More...

কৰ্ণাটকত নতুন ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ কৰ্ণাটকত নতুন ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 'প্ৰজেক্ট টাইগাৰ'ৰ ৫০ বছৰ সম্পূৰ্ণ। আজি কৰ্ণাটকৰ বান্দীপুৰ টাইগাৰ ৰিজাৰ্ভত জংঘল চাফাৰীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জংঘল ছাফাৰীলৈ যোৱাৰ পূৰ্বে
Read More...

ভাইৰেল হৈ থকা সুৰাৰ বটলত নাই গামোচাৰ প্ৰতীকী, এয়া কৰ্ণাটকৰ লোককলাৰ প্ৰতিচ্ছবি

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ ভাইৰেল হৈ থকা সুৰাৰ বটলত নাই গামোচাৰ প্ৰতীকী৷ প্ৰকৃততে এয়া কৰ্ণাটকৰ লোককলাৰ প্ৰতিচ্ছবি৷ ৱেবচাইটত প্ৰকাশ কৰা হৈছে ডিজাইনৰ তথ্য৷ শেহতীয়াকৈ 100 Pipersক লৈ সৃষ্টি হৈছিল বিতৰ্ক৷ ‘The Legacy Project 2022 Seagram's 100
Read More...

অহা ১০ মে’ত কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন, ১৩ মে’ত ফলাফল

নিউজ ডেস্ক, ২৯মাৰ্চঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন। অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। আনহাতে ভোট গণনা কৰা হ’ব ১৩ মে’ত। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰিলে কৰ্ণাটক
Read More...

H3N2ত আক্ৰান্ত হৈ দেশত দুগৰাকী ৰোগীৰ মৃত্যু

নিউজ ডেস্ক, ১১ মাৰ্চঃ H3N2ত আক্ৰান্ত হৈ দেশত দুগৰাকী ৰোগীৰ মৃত্যু। কৰ্ণাটক আৰু হাৰিয়ানাত একোগৰাকীকৈ ৰোগীৰ মৃত্যু। H3N2 ভাইৰাছৰ সংক্ৰমণৰ হাৰক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। দিল্লীত স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।
Read More...