উৎকোচ লৈ গ্ৰেপ্তাৰ বিজেপি বিধায়কৰ পুত্ৰ, অভিযানত জব্দ প্ৰায় ৬ কোটি টকা
নিউজ ডেস্ক, ৩ মাৰ্চঃ বিজেপি নেতাৰ পুত্ৰৰ বাসগৃহত জাপে জাপে টকা। উৎকোচ লওঁতেই পৰিল লোকায়ুক্তৰ জালত। বাসগৃহৰ পৰা জব্দ হৈছে ৬ কোটি টকা। কৰ্ণাটক বিজেপিৰ নেতা কে মাদাল বীৰু পাকছাপাৰ পুত্ৰ তথা BWSSBৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত মাদালৰ কাৰ্যালয়ৰ!-->…
Read More...
Read More...