Daily Time Axom
Browsing Tag

Kaziranga National Park

শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টোৰ মৃত্যু

নিউজ ডেস্ক, ১ অক্টোবৰঃ অৱশেষত মৃত্যু ঘটিল শিলঘাটত বিচৰণ কৰি থকা আঘাটপ্ৰাপ্ত গড়টো।নেজৰ পিছফালে তেজ বিৰিঙি থকা অৱস্থাত থকা গড়টো অসুস্থ হৈ আছিল। আনহাতে গঁড়টোৰ খড়্গ অক্ষত অৱস্থাত আছিল। বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰয়োজনীয় ব্যৱস্থা
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত গঁড় উদ্ধাৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ। কহঁৰা বনাঞ্চলৰ মিঠুনমাৰী বন শিৱিৰ এলেকাৰ বিলত উদ্ধাৰ হৈছে উৱলি যোৱা গঁড়ৰ মৃতদেহটো ৷ উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ পৰা উদ্ধাৰ হোৱা নাই খৰ্গ ৷ বন বিভাগৰ মতে গঁড়টোৰ স্বাভাৱিক
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ মে’ৰ পৰা হাতী চাফাৰী আৰু ১৬ মে’ৰ পৰা জীপ চাফাৰী বন্ধ…

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ মে'ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে'ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা। বাৰিষাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বছৰে
Read More...

কাজিৰঙাত দেশৰ ৰাষ্ট্ৰপতিৰ দ্বিতীয়টো দিন, গজ মহোৎসৱত বন্তি প্ৰজ্বলন ৰাষ্ট্ৰপতিগৰাকীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কাজিৰঙাত মুকলি কৰা গজ উৎসৱত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। ৭ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ'ব লগীয়া এই মহোৎসৱৰ শুভাৰম্ভ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি গৰাকীৰ
Read More...

আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। অংশ ল'ব কাজিৰঙাৰ গজ উৎসৱত। কাইলৈ কাজিৰঙাৰ কহৰাত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব লগীয়া ‘গজ মহোৎসৱ’ অংশ ল’ব ৰাষ্ট্রপতিগৰাকীয়ে। গজ মহোৎসৱত মুখ্য অতিথি হিচাপে অংশ ল’ব
Read More...

কাজিৰঙাত ৬, ৭ এপ্ৰিলত বন্ধ থাকিব জীপ, হাতী ছাফাৰী

নিউজ ডেস্ক, ২ এপ্ৰিলঃ কাজিৰঙাত ৬, ৭ এপ্ৰিলত বন্ধ থাকিব জীপ, হাতী ছাফাৰী। কঁহৰা, বাগৰি বনাঞ্চলত পৰ্যটকৰ বাবে বন্ধ থাকিব এই সেৱা। এক নিৰ্দেশনা অনুসৰি এপ্ৰিল মাহত দুটা দিনৰ বাবে ব্ন্ধ থাকিব সেৱাসমূহ । উল্লেখ্য যে, কঁহৰা, বাগৰিত বন্ধ থাকিব
Read More...

বাগৰিৰ গঁড় হত্যাৰ লগত জড়িত তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১ এপ্ৰিলঃ নগাঁও আৰক্ষীয়ে গঁড় চিকাৰীৰ সম্ভেদ দিওতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চিকাৰীকেইটাক। শুকুৰবাৰে নিশা জামুগুৰিহাটত এটা দুধৰ্ষ গড় চিকাৰী আটক কৰিবলৈ সক্ষম হয়। আটকাধীন গঁড় চিকাৰীটোৰ
Read More...

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা, গঁড় হত্যা কৰি খৰ্গ লৈ উধাও চোৰাং চিকাৰী

নিউজ ডেস্ক, ২৭ মাৰ্চঃ পুনৰ অসমত গঁড় হত্যাৰ ঘটনা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত পুনৰ গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছে। গঁড় হত্যা কৰি খৰ্গ কাটি লৈ উধাও হ'ল চোৰাংচিকাৰী। ৪ বছৰৰ পাছত পুনৰ সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা। ২০১৯ চনৰ পৰা বাগৰি,
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ব গজ মহোৎসৱ! তিনিদিনৰ বাবে জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ

নিউজ ডেস্ক, ২৩ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিদিনৰ বাবে জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ ৰখা হ’ব। বুধবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই নিৰ্দেশনা জাৰি কৰে। য’ত ২০২৩ চনৰ ৬ৰ পৰা ৮ এপ্ৰিললৈ পৰ্যটকৰ বাবে জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ
Read More...

গোলাঘাটত ৫দিন ধৰি বিচৰণ কৰা গঁড়টোৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ অৱশেষত মৃত্যু হ'ল গোলাঘাটৰ গঁড়টোৰ৷ যোৱা ৫ দিন ধৰি দেৰগাঁও-গোলাঘাটত বিচৰণ কৰিছিল গঁড়টোৱে ৷ গঁড়টোৰ আক্ৰমণত ৪জনকৈ লোক আহত হৈছিল৷ ৫ দিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো খাদ্যৰ অভাৱত ভুগিছিল৷ দুৰ্বল হৈ পৰাৰ লগতে অসুস্থ হৈ
Read More...