মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত শিশু মহিলাসহ ২২গৰাকীকৈ যাত্ৰী
নিউজ ডেস্ক, ৯ মে'- মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত শিশু মহিলাসহ নিহত হয় ২২গৰাকীকৈ যাত্ৰী, আহত হৈছে ৩১ গৰাকী যাত্ৰী৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে যাত্ৰীসহ এখন বাছ ৷
দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৪লাখ টকাৰ সাহায্য!-->!-->!-->…
Read More...
Read More...