Daily Time Axom
Browsing Tag

Kharupetia

ভুৱা এনকাউন্টাৰৰ গোচৰত দুই আৰক্ষী বিষয়াক ৭ লাখ টকা জৰিমনা মানৱ অধিকাৰ আয়োগৰ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ভুৱা এনকাউণ্টাৰ কৰা দুই আৰক্ষী বিষয়াক জৰিমনা ৷ অভিজিৎ কাকতি আৰু অচ্যুৎ দত্তক ৭ লাখ টকাৰ জৰিমনা৷ অভিজিৎ কাকতি খাৰুপেটীয়া থানাৰ OC আৰু অচ্যুৎ দত্ত খাৰুপেটীয়া থানাৰ SI ৷ মানৱ অধিকাৰ আয়োগে শাস্তিৰ নিৰ্দেশ দিছে দুই
Read More...

১২০ টা টিকট সংগ্ৰহ কৰিও পাঠান চাবলৈ নাপালে এজন যুৱকে

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ ১২০ টা টিকট সংগ্ৰহ কৰিও খাৰুপেটীয়াৰ এজন যুৱকে মুক্তিৰ প্ৰথম দিনাই চাবলৈ নাপালে পাঠান ছবি । ১২০ টা টিকট সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল মফিদুল ইছলাম নামৰ যুৱকজন। মঙ্গলদৈৰ ধুলা থানাত আৱদ্ধ হৈ থাকিব লগা
Read More...