Daily Time Axom
Browsing Tag

kidnap

উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ

নিউজ ডেস্ক, ১৭ আগষ্টঃ উত্তৰ গুৱাহাটীত এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণ। এখন ছুইফ্ট ডিজায়াৰত অহা দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰে ছাত্ৰীগৰাকীক। AS 01DB 4335 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনত অহা দুৰ্বৃত্তই উঠাই নিয়ে ইউনিফৰ্মত থকা ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীয়ে
Read More...

দিছপুৰ মন্ত্ৰী আৱাসত চাঞ্চল্যকৰ অপহৰণকাণ্ড!আৰক্ষীৰ বেশত আহি এজন লোকক অপহৰণ

নিউজ ডেস্ক, ৩ মে'- দিছপুৰৰ মন্ত্ৰী আৱাসত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ইলেকট্ৰিছিয়ানৰ কাম কৰি থকা শান্তনু মহন ৰায় নামৰ এজন লোকক অপহৰণ। আৰক্ষীৰ পোছাকত আহিছিল ২ অপহৰণকাৰী আৰু সাধাৰণ পোছাকতো আহিছিল ৪জন। অপহৃত শান্তনু ৰায়ৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা
Read More...

গুৱাহাটী চাঞ্চল্যকৰ অপহৰণৰ ঘটনা! গোটানগৰৰ পৰা অপহৰণ দুটিকৈ শিশু

নিউজ ডেস্ক, ১৭ মাৰ্চঃ মহানগৰীত পুনৰ ভয়ংকৰ শিশু অপহৰণৰ ঘটনা। খেলি থকা অৱস্থাতে গোটানগৰৰ পৰা অপহৃত হ'ল দুটিকৈ কণমানি শিশু। অপহৃত হ'ল তেতেলীয়াৰ মদন ৰায় নামৰ লোকজনৰ বিবেক কুমাৰ আৰু অজিত কুমাৰ নামৰ দুটিকৈ পুত্ৰ। এখন বগা ৱেগনাৰত আহিছিল
Read More...

যোৰহাটত অপহৰণ কাণ্ড! অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ যোৰহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ চহৰৰ মাজমজিয়াৰ পৰা এজন যুৱকক অপহৰণ৷ ৰে'লৱে ষ্টেচনৰ সমীপৰ পৰা অপহৰণ অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক ৷ অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছে ৫০ লাখ টকা৷ এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ
Read More...

মহানগৰীত পুনৰ চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা

নিউজ ডেস্ক, ১৬ চেপ্তেম্বৰঃ পুনৰ গুৱাহাটী মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা সংঘটিত হৈছে। টিউচনলৈ নিয়াৰ পথত ১০ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি মুক্তিপণৰ বাবে পৰিয়ালক ৭ লাখ টকা দাবী ঘৰুৱা চালকৰ। অৱশ্যে আৰক্ষীৰ তৎপৰতাত যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপৰ পৰা
Read More...

বিলাসীপাৰাত অপহৰণকাৰীৰ ৰূপত শিক্ষক, শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ পৰিয়ালৰ

নিউজ ডেস্ক, ১৭ আগষ্টঃ এজন শিক্ষকৰ অপহৰণৰ কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত। বিলাসীপাৰাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইনে নিজৰ বিদ্যালয়ৰে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অপহৰণ কৰাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত নাবালিকা
Read More...