Daily Time Axom
Browsing Tag

Killed

মৰিয়নি-নাগালেণ্ড পথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১০ জন যাত্ৰী

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ মৰিয়নি-নাগালেণ্ডৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহটিয়ালে যাত্ৰীবাহী টাটা ছুম'। দুৰ্ঘটনাত থিতাতে নিহত ১০জনকৈ যাত্ৰী। নাগালেণ্ডৰ জোনোপোটৰ পৰা আগ্নাটোলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা। প্রায় ২০০ ফুট তলত
Read More...

মহানগৰীত নিশা পদপথত শুই থকা লোকক মহটিয়াই নিলে বিলাসী বাহনে, থিতাতে নিহত লোকজন

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ নিশা গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীত পুনৰ হিট এণ্ড ৰাণৰ ঘটনা। পদপথত শুই থকা লোকক মহটিয়াই নিলে ক'লা ৰঙৰ বিলাসী বাহনে। গণেশগুৰি উৰণ সেঁতুৰ তলত সংঘটিত হয় এই দুৰ্ঘটনা। এখন তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজন
Read More...

টিংখাঙত নিশা শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

নিউজ ডেস্ক, ১৯ চেপ্তেম্বৰঃ বিশ্বকৰ্মাৰ আনন্দৰ মাজতেই টিংখাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন আৰু আহত হয় কেইবাজনো লোক। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ৰাজপথত এখন ইক' বাহন কেইবাবাৰো বাগৰি যোৱাৰ ফলত দুজন থিতাতে নিহত হয়
Read More...

মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুগৰাকী মহিলা

নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথত ৰৈ থকা যাত্ৰীবাহী টেম্প' বাহনত খুন্দা বলেৰ’ পিকআপ বাহনৰ। ফলত টেম্পোখনত থকা দুগৰাকী মহিলা থিতাতে নিহত হয়, গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী মহিলা । নিহত মহিলা দুগৰাকী
Read More...

ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ সংঘৰ্ষত ১১জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৩ চেপ্তেম্বৰঃ জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ট্ৰাক আৰু যাত্ৰীবাহী বাছৰ সংঘৰ্ষত ১১জন লোকৰ মৃত্যু।আজি পুৱতি নিশা এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বাছখন ভাৱনগৰৰ পৰা মথুৰালৈ গৈ আছিল আৰু কিছু জিৰণিৰ বাবে ৰখাই থোৱা
Read More...

ডিব্ৰুগড়ৰ লেপেটকটাত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৮ জনকৈ লোক হতাহত

নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃ ডিব্ৰুগড়ৰ লেপেটকটাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ইন'ভা আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজনকৈ যাত্ৰী। নিহত লোক দূজন পুষ্পা সুৰেখা আগৰৱাল আৰু ইন'ভাৰ চালকজন। আনহাতে মহিলা, শিশুসহ গুৰুতৰভাৱে আহত হয় ৬জন লোক।
Read More...

ভয়ংকৰ দুৰ্ঘটনাত আইতা নাতিনীসহ প্ৰাণ গ’ল ৮ জনৰ

নিউজ ডেস্ক, ৮ চেপ্তেম্বৰঃ হিমাচল প্ৰদেশৰ চাম্বা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত আইতা–নাতিনীসহ তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৮জন লোক আহত হয় । গাড়ীখনত থকা সকলো লোক মন্দিৰৰ পৰা পূজা কৰি ঘৰলৈ উভতি আহিছিল। সেই
Read More...

কাকপথাৰৰ বৰডিৰাপ তিনিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা; মহিলাসহ নিহত ৯ জন লোক, আহত ১১জন

নিউজ ডেস্ক, ৬ চেপ্তেম্বৰঃ নিশা কাকপথাৰৰ বৰডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত ৭ জন, গুৰুতৰভাৱে আহত ১২জনকৈ লোক। আহত লোককেইজন সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৪গৰাকীক ICUত ভৰ্তি কৰোৱা হৈছে। টাটা মেজিক আৰু
Read More...

বিলাসীপাৰাত দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত চাৰিজনকৈ যুৱক

নিউজ ডেস্ক, ১ চেপ্তম্বৰঃ বিলাসীপাৰাৰ হাজাৰীপাৰা এলেংমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিলাসীপাৰাৰ পৰা ফকিৰাগ্ৰাম অভিমুখী আৰু কোকৰাঝাৰৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত দুখন তীব্ৰ বেগী বাইকৰ
Read More...

নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ দ’ খাৱৈত বাগৰিল এখন বাহন, থিতাতে মৃত্যু এজন যুৱক

নিউজ ডেস্ক, ২৮ আগষ্টঃ মায়ঙৰ চনকা হিলৈখুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈত বাগৰিল এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যুৱক। বাহনখনত আছিল ৪জন যুৱক-যুৱতী।আহতকেইজনক উদ্ধাৰ কৰি GMCHত ভৰ্তি কৰোৱা হৈছে। চনকাৰ পাহাৰীয়া পথেৰে
Read More...