Daily Time Axom
Browsing Tag

Kokrajhar Police

কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত ডকাইতি কাণ্ড, পিষ্টল দেখুৱাই ২ লাখ টকা লুট

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। সোমবাৰে নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডকাইতিৰ দলটোত আছিল মুঠ ৫ জন সদস্য।
Read More...

প্ৰৱঞ্চক শুকুৰ আলী! প্ৰৱঞ্চনাৰ অভিযােগত ৰাইজে আটক কৰি গতালে কাজিগাঁও আৰক্ষীক

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ এইবাৰ ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী। টকা লৈ আঁচনিৰ সুবিধা নিদিয়াৰ অভিযােগত ৰাইজে আটক কৰে শুকুৰ আলীক । কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ মদাতীত একাংশ ক্ষুব্ধ লোকে শুকুৰ আলীক লপা–থপা দি গতাই দিয়ে কাজিগাঁও আৰক্ষীক।
Read More...

এনকাউণ্টাৰঃ এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ

নিউজ ডেস্ক,৬ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক। গুলীবিদ্ধ চিলনী চোৰটোৰ নাম বিনয় দাস বুলি জানিব পৰা গৈছে। বিনয় দাস বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা। যোৱা
Read More...