Daily Time Axom
Browsing Tag

Koliabor

কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ট্ৰাকচালক

নিউজ ডেস্ক, ১৬ জুনঃ কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাকচালকজন, গুৰুতৰভাৱে আহত নৈশ বাছখনত থকা প্ৰায় ১৯ জনকৈ যাত্ৰী। কলিয়াবৰ আৰক্ষী
Read More...

কলিয়াবৰৰ এখন বিদ্যালয়ত অঘটন! পঞ্চায়তৰ ছাইনব’ৰ্ড ভাঙি ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ৪ মে'- কলিয়াবৰৰ ২নং বৰঘূলি বালিকা প্ৰাথমিক বিদ্যালয়ত অঘটন। পশ্চিম কলিয়াবৰ উন্নয়নখণ্ডৰ অধীনৰ বৰঘূলি গাঁও পঞ্চায়তৰ এম জি এনৰেগা আঁচনিৰ ছাইনব'ৰ্ড ভাঙি পৰাত মৃত্যুক সাৱটিলে দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। জিৰণি সময়ত খেলি থাকোঁতেই
Read More...

জুইত জাহ গ’ল কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কল

নিউজ ডেস্ক, ২ মে'-জুইত জাহ গ'ল কলিয়াবৰৰ শিলঘাট অসম সমবায় মৰাপাট কল। বিধ্বংসী অগ্নিকাণ্ডত ক্ষতি বহু লক্ষাধিক টকাৰ সামগ্ৰী। মঙলবাৰে পুৱা কলটোৰ প্ৰাৰম্ভিক ইউনিটত জুইৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ ফলত ইউনিটটোত সামগ্ৰী তৈয়াৰীৰ বাবে মজুত কৰি ৰখা
Read More...

কলিয়াবৰৰ বড়িগাঁৱত হাতীৰ আক্রমণত নিহত এজন

নিউজ ডেস্ক, ৪ জানুৱাৰীঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত অব্যাহত। বনৰীয়া হাতীৰ আক্ৰমণত পুনৰ এজনৰ মৃত্যু। কলিয়াবৰৰ বড়িগাঁৱত ঘৰৰ চোতালতে হাতীৰ আক্ৰমণত মোহন তামুলী নামৰ ৮৫ বছৰীয়া বৃদ্ধজনে হেৰুৱালে প্ৰাণ। বনৰীয়া হাতীটোৱে বৃদ্ধজনক মূৰ আৰু ভৰিত গছকি
Read More...

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত
থিতাতে নিহত ৫ জনকৈ যুৱক

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ কলিয়াবৰৰ উলুৱনি থানাৰ অন্তৰ্গত হাতীয়েখোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে পাঁচ গৰাকী আৰোহী নিহত হয় ৷ হুণ্ডাই আৰ’ৰা আৰু এখন মালবাহী ট্ৰাকৰ মুখামুখী
Read More...

কলিয়াবৰত ১৯টা চোৰাং গৰুসহ ট্ৰাক জব্দ

নিউজ ডেস্ক, ২২ অক্টোবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে জব্দ কৰে ১৯ টা চোৰাং গৰুসহ এখন ট্ৰাক। AS O1 LC 3446 নম্বৰৰ এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল চোৰাং গৰুসমূহ। গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰু কেইটা। আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ
Read More...

কলিয়াবৰত ২৪টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক জব্দ

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষীৰ বৃহৎ সফলতা। বাগৰি আৰক্ষীয়ে জব্দ কৰে ২৪টাকৈ চোৰাং ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক। গোলাঘাটৰ বিহৰা বজাৰৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰু কেইটা। NL 02 K 3695 নম্বৰৰ এখন ট্ৰাকত সৰবৰাহ কৰা হৈছিল
Read More...