গুৱাহাটী শোধনাগাৰত ভয়ংকৰ ঘটনা, গাঁত খান্দি থাকোঁতেই মাটি খহি মৃত্যু শ্ৰমিকৰ
নিউজ ডেস্ক, ১০ জুনঃ গুৱাহাটী শোধনাগাৰত ভয়ংকৰ ঘটনা। শোধনাগাৰৰ ভিতৰত গাঁত খান্দি থাকোঁতেই এই অঘটন। গাঁত খান্দি থাকোঁতেই মাটি খহি মৃত্যু হয় মৰিগাঁৱৰ আব্দুল কৰিম নামৰ শ্ৰমিকজনৰ। এই ঘটনাত আব্দুল মালিক, ৰজনী কলিতা নামৰ আন দুজন শ্ৰমিকো গুৰুতৰভাৱে!-->…
Read More...
Read More...