Daily Time Axom
Browsing Tag

Lachit Barphukan

গীনিজ বুকত অসম চৰকাৰ, বীৰ লাচিত বৰফুকনক লৈ ৪২ লক্ষাধিকে লিখিলে ৰচনা

নিউজ ডেস্ক, ৯ মাৰ্চঃ অসমবাসীৰ বাবে ভাল খবৰ। প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ বিশ্ব অভিলেখ। ৰচনা প্ৰতিযোগিতাৰে বিশ্ব অভিলেখ গঢ়িলে ৰাজ্য চৰকাৰে। লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে আয়োজন কৰিছিল ৰচনা প্ৰতিযোগিতাৰ। য'ত অংশ লৈছিল ৫৭ লাখ প্ৰতিযোগীয়ে।
Read More...