Daily Time Axom
Browsing Tag

Lakhimpur

৫০ হাজাৰ টকা ঘোচ লৈ আৰক্ষীৰ জালত লাট মণ্ডল

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ পুনৰ ঘোচ লৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লাট মণ্ডল ৷ লখিমপুৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র বৰাক উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ আৰক্ষীৰ। জানিব পৰা মতে ১ লাখ টকা উৎকোচ বিচাৰা হেমেন্দ্র বৰাই ৫০ হাজাৰ টকা UPIৰ জৰিয়তে
Read More...

লক্ষীমপুৰত আৰক্ষীক আক্ৰমণ ড্ৰাগছ বেপাৰীৰ

নিউজ ডেস্ক, ৭ চেপ্তেম্বৰঃ লখিমপুৰত আৰক্ষীৰ দলক ভয়ংকৰ আক্ৰমণ।বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত সংঘটিত হৈছে এই ঘটনা।ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিব গৈ আক্ৰমণৰ বলি হয় অভিযান চলোৱা আৰক্ষীৰ দলটো। ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনক কৰায়ত্ত
Read More...

লখিমপুৰত আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৪ আগষ্টঃ লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় সৰবৰাহকাৰী আনাৰুল। ভাতৃ ছাদ্দাম হুছেইনৰ সন্ধানত
Read More...

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত প্ৰণৱ দত্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। লখিমপুৰত CIDএ এই সমগ্ৰ কাণ্ডৰ মূল মাষ্টৰমাইণ্ড প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰণৱ দত্তই শিক্ষক কুমুদ ৰাজখোৱাৰ সৈতে মিলি প্ৰশ্নকাকতৰ বেপাৰ চলাইছিল। দুয়োৱে
Read More...

লখিমপুৰৰ বিহপুৰীয়াত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত সংবাদকৰ্মী ডলী হাজৰিকা

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ লখিমপুৰৰ বিহপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী সংবাদ কৰ্মীৰ। নিহত সংবাদকৰ্মীগৰাকীৰ নাম ডলী হাজৰিকা। দেওবাৰে নিশা বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী আলট্ৰা বাছে মহতিয়াই
Read More...

লখিমপুৰৰ দলহাটত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত এজন

নিউজ ডেস্ক, ১৯ ডিচেম্বৰঃ লখিমপুৰৰ দলহাটত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ'লহাটৰ চি কে মিছনৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত নৱ শইকীয়া নামৰ প্ৰায় ৭৫ বছৰীয়া এজন চাইকেল আৰোহী থিতাতে নিহত হয়। লখিমপুৰ দিশে আহি থকা
Read More...

দুৰ্নীতিৰ অভিযোগত লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী। লখিমপুৰত গ্ৰেপ্তাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী। উচ্চ বৰ্গৰ সহায়ক নন্দন বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ।জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগ নন্দন বৰাৰ বিৰুদ্ধে। উল্লেখ্য
Read More...

লখিমপুৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিজন

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ লখিমপুৰৰ হাৰমতীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন টাটা মেজিক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত স্কুটি আৰোহী দুগৰাকী আৰু মেজিকখনক অহা এজন লোক থিতাতে নিহত হয়। ইয়াৰে এজনক আশ্বাদুল আৰু
Read More...

লখিমপুৰৰ হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ'ল বাসগৃহ।কথমপি জীৱন ৰক্ষা পৰিল দুই কনমানিৰ।সন্ধিয়া গোসাই ঘৰত সেৱা প্ৰাৰ্থনা কৰাৰ
Read More...

লখিমপুৰৰ বিহপুৰীয়াৰ পাঁচআলিত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ এজনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ বিহপুৰীয়াৰ সন্তপুৰ পাচঁআলিত ভয়ংকৰ অগ্নিকাণ্ড। দেওবাৰে নিশাৰ ভাগত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত কেইবাখনো দোকান ভস্মীভূত হয় ৷ জানিব পৰা মতে,
Read More...