Daily Time Axom
Browsing Tag

Landslide

মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, ৰাজপথত আৱদ্ধ শ শ বাহন

নিউজ ডেস্ক, ২৬ আগষ্টঃ বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভূমিস্খলন। সোণাপুৰ টানেলৰ সন্মুখত হোৱা ভূমিস্খলনৰ ফলত ৮ ঘণ্টা ধৰি ব্যাহত হৈ আছে যাতায়াত-যোগাযোগ। ঘাইপথত আৱদ্ধ হৈ পৰিছে শ শ বাহন। পাহাৰৰ পৰা নামি অহা বোকামাটিয়ে পুতি
Read More...

ভয়ংকৰ ভূমিস্খলনত প্ৰাণ গ’ল বহু কেইজন লোকৰ

নিউজ ডেস্ক, ১৪ আগষ্টঃ হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত ভয়ংকৰ ভূমিস্খলন। সোমবাৰে পুৱা ৭ বজাত মূষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ কবলত পৰে এটা শিৱ মন্দিৰ। এই ঘটনাত ২৫জনৰো অধিক লোক ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এতিয়ালৈ দুটি শিশুসহ
Read More...

৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰত ভূমিস্খলন

নিউজ ডেস্ক, ১৪ জুনঃ সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন৷ বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷পুৱাৰে পৰা বিভাগীয় কৰ্তৃপক্ষই এক্সেভেটৰেৰে বাট মুকলি কৰাৰ চেষ্টা কৰিছে যদিও এই পৰ্যন্ত মুকলি হোৱা নাই পথ। পাহাৰৰ পৰা
Read More...

নিশা অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু

নিউজ ডেস্ক, ৬ মে'- শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন। ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এই ভূমিস্খলনত অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু হয়। জানিব পৰা মতে, ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিকসকলে পথৰ
Read More...

কল’ম্বিয়াত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা, ভূমিস্খলনত শিশুসহ ৩৩জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ কল’ম্বিয়াত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ৷ ভূমিস্খলনত ৮ শিশুসহ ৩৩জন লোকৰ মৃত্যু৷ মাটিৰ তলত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী বাছ৷ কল’ম্বিয়াৰ ৰাজধানী বোগোটাৰ পৰা ২৩০ কিঃমিঃ নিলগত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ধাৰাসাৰ বৰষুণৰ
Read More...

অৰুনাচল প্ৰদেশৰ টিপ্পীত ভয়ঙ্কৰ ভূমিস্খলন

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অৰুণাচলৰ টিপ্পীৰ ভূমিস্খলনৰ ঘটনাত পাহাৰৰ পৰা নৈত বাগৰি পৰিল তিনিখনকৈ বাহন। আনহাতে, নৈত সোমাল অইল টেংকাৰ, মাৰুতি ভান, বলেৰ’ পিকআপ ভান। ভূমিস্খলনৰ ফলত বৰ্তমান বন্ধ হৈ পৰিছে বমডিলা-টাৱাং পথ। যাৰ বাবে যাতায়াত ব্যাহত
Read More...