Daily Time Axom
Browsing Tag

Launced

দেশজুৰি আৰম্ভ হ’ল 5G মোবাইল নেটৱৰ্ক সেৱা

নিউজ ডেস্ক, ১ অক্টোবৰঃ দেশজুৰি আৰম্ভ হ'ল 5G মোবাইল নেটৱৰ্ক সেৱা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে 5G সেৱা ৷ ইণ্ডিয়ান মোবাইল কংগ্ৰেছৰ ষষ্ঠ সংস্কৰণৰ সভাত মুকলি 5G সেৱা ৷ ইতিমধ্যে সম্পন্ন হৈছে 5G সেৱাৰ নিলাম
Read More...