Daily Time Axom
Browsing Tag

Lovelina Borgohain

এছিয়ান গেমছৰ ফাইনেলত লাভলীনাৰ ৰূপৰ পদক লাভ

নিউজ ডেস্ক, ৪ অক্টোবৰঃ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদক লাভলীনা বৰগোঁহাইৰ। চীনৰ লি কিউয়ানৰ বিৰুদ্ধে তীব্ৰ যুঁজ দিয়াৰ স্বত্ত্বেও ফাইনেলত থমকিল লাভলীনা।মহিলাৰ ৭৫ কেজি শাখাৰ বক্সিঙৰ ফাইনেলত পৰাস্ত লাভলীনা। এই সফলতা অৰ্জন কৰাৰ লগে
Read More...

অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ মূলাগাভৰু বঁটা টাই আহোম যুৱ পৰিষদৰ

নিউজ ডেস্ক, ১ মে'- বীৰঙ্গনা মূলাগাভৰু স্মৃতি দিৱসত বিশ্ব চেম্পিয়ন, অলিম্পিক মেডেলিষ্ট লাভলীনা বৰগোঁহাইলৈ টাই আহোম যুৱ পৰিষদ, অসমৰ বিশেষ সন্মান। মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদৰ্শ,
Read More...

লাভলীনালৈ উপহাৰ স্বৰূপে অসম আৰক্ষীৰ ফালৰ পৰা দিব এটা ফ্লেট

নিউজ ডেস্ক, ৩১ মাৰ্চঃ লাভলীনালৈ অসম আৰক্ষীৰ ফালৰ পৰা এটা ফ্লেট প্ৰদান কৰিব বুলি ঘোষণা কৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। আজি অসম আৰক্ষীয়ে লাভলীনা বৰগোহাঁইক বিশ্বজয়ৰ বাবে অভিনন্দন জনোৱা এক কাৰ্যসূচীত এই কথা ঘোষণা কৰে। উল্লেখ্য যে,
Read More...

ৱৰ্ল্ড চেম্পিয়নশ্বিপ বিজয়ী লাভলীনা বৰগোঁহাইলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা চৰকাৰৰ

নিউজ ডেস্ক, ২৯ মাৰ্চঃ আজিৰ সদনত ড০ হিমন্ত বিশ্ব শৰ্মাই সফলতাৰ বাবে লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৫০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, লাভলীনাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক
Read More...

বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত অসমৰ লাভলীনা

নিউজ ডেস্ক, ২৪ মাৰ্চঃ বিশ্ব মহিলা বক্সিঙৰ ফাইনেলত অসমৰ লাভলিনা বৰগোহাঁই। ছেমিফাইনেলত লাভলিনাই পৰাস্ত কৰে চীনৰ শক্তিশালী প্ৰতিপক্ষক। লাভলিনাৰ প্ৰতিপক্ষ চীনৰ লি কিয়ানো অলিম্পিকৰ পদক বিজয়ী খেলুৱৈ। কিন্তু লাভলিনাৰ পৰাক্ৰমৰ ওচৰত পৰাজয় বৰণ
Read More...

ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women’s National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা…

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women's National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ। আনহাতে অংকুশিতা বড়োয়ে অৰ্জন কৰিছে ৰূপৰ পদক। ১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই চেম্পিয়নশ্বিপ।
Read More...