হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম, প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস
নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ সাধৰণ জনতাক আন এক সকাহ৷ পেট্ৰ’ল-ডিজেলৰ পাছত হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম৷ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ১১৫.৫০ টকা হ্ৰাস৷ ১৯ কেজিৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম দিল্লীত হ'বগৈ ১,৭৪৪ টকা৷ আজিৰে পৰা কাৰ্যকৰী হ'ব এই!-->…
Read More...
Read More...