Daily Time Axom
Browsing Tag

Lumbding

ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত হনুমান মন্দিৰৰ পূজাৰী, লামডিং আৰক্ষীৰ জালত ৩জন ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী। লামডিং আৰক্ষীৰ জালত সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী সুভম উপাধ্যায়। আৰক্ষীৰ অভিযানত আটক আন দুজন সৰবৰাহকাৰী ক্ৰমে ডবকাৰ আবুল কালাম আৰু মোৰাঝাৰৰ দিলবৰ হুছেইন। জব্দ প্ৰায় ১৩.৪৩
Read More...

লামডিং ৰে’ল ষ্টেচনত হৃদয়বিদাৰক ঘটনা, প্ৰচণ্ড শীতত মৃত্যুক সাৱটিলে ২ মগনীয়াই

নিউজ ডেস্ক, ৫ জানুৱাৰীঃ লামডিং ৰে'লৱে ষ্টেচনত এক হৃদয় বিদাৰক ঘটনা। ষ্টেচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ জানিব পৰা মতে, জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া লোক দুজনক শুই
Read More...

অসম আৰক্ষীৰ গুলীত ধাৰাশায়ী বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ

নিউজ ডেস্ক, ১২ ডিচেম্বৰঃ লামডিঙত নিশা আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰীকিলাৰ মোহন কুমাৰ। লামডিঙৰ গুলীচালনাৰ ঘটনাৰ অভিযুক্ত আছিল মোহন। নিশা মোহন কুমাৰক লৈ অভিযান চলাইছিল আৰক্ষীয়ে। আৰক্ষীক বন্দুক দেখুৱাই দিয়াৰ ছলেৰে
Read More...

লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ, পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত…

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ লামডিঙৰ গুলীচালনাৰ ঘটনাৰ নতুন মোৰ। প্ৰফেছনেল কিলাৰ মোহন কুমাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। নিউ বঙাইগাঁও ৰে'ল আৰক্ষীৰ জালত মোহন কুমাৰ। পৰকীয়া প্ৰেম, সম্পত্তিৰ বাবেই গুলীচালনা কৰিছিল অৱসৰপ্ৰাপ্ত ৰে'ল কৰ্মচাৰীক। ২ লাখ টকাৰ
Read More...

লামডিঙত গুলীচালনাৰ ঘটনা, দুৰ্বৃত্তৰ গুলীত আহত ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্ৰৱৰ্তী

নিউজ ডেস্ক, ৯ ডিচেম্বৰঃ লামডিঙৰ শিমলুতলাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। লামডিঙৰ এগৰাকী প্রাক্তন ৰে’লৱে কৰ্মচাৰীলৈ দুৰ্বৃত্তই গুলীচালনা কৰে। দুৰ্বৃত্তৰ গুলিত আহত হয় ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চক্রৱৰ্তী। জানিব পৰা মতে এখন
Read More...

লামডিং ৰে’লৱে জংচনত RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ লামডিং ৰে'লৱে জংচনত টকাৰ উজান। RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ। ১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰে'লৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা উদ্ধাৰ হৈছে ধনখিনি। এই ঘটনা সন্দৰ্ভত
Read More...