Daily Time Axom
Browsing Tag

Madhya Pradesh

দলিত যুৱকক মৰিয়াই হত্যা; মাতৃকো বিৱস্ত্ৰ কৰাৰ অভিযোগ

নিউজ ডেস্ক, ২৮ আগষ্টঃ পুনৰ এগৰাকী দলিত যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ । পুত্ৰক বচাবলৈ যোৱা যুৱকজনকৰ মাতৃকো বিবস্ত্ৰা কৰা হৈছিল বুলি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।দেওবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হয় এই ঘটনা। তথ্য পোৱাৰ
Read More...

সভ্য সমাজক লজ্জিত কৰা কাণ্ড! যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ

নিউজ ডেস্ক, ৫ জুলাইঃ সভ্য সমাজক লজ্জিত কৰা কাণ্ড! হাতত জলন্ত চিগাৰেট লৈ যুৱকৰ গাত নিক্ষেপ প্ৰস্ৰাৱ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে মানৱ জাতিক লজ্জানত কৰা এই ভিডিঅ’। মধ্য প্ৰদেশৰ সিধী জিলাৰ বিজেপি নেতা প্ৰবেশ শুক্লাৰ এই ভিডিঅ’ ভাইৰেল হৈ
Read More...

পুনৰ মধ্যপ্ৰদেশত ৰে’ল দুৰ্ঘটনা !

নিউজ ডেস্ক, ৭ জুনঃ পুনৰ মধ্যপ্ৰদেশত ৰে'ল দুৰ্ঘটনা ! লাইনচ্যুত হ'ল এলপিজি কঢ়িয়াই নিয়া দুটাকৈ দবা।ওড়িশাৰ বালাচৰৰ ভয়ানক ৰে'ল দূৰ্ঘটনাৰ পিছতেই এইবাৰ মধ্যপ্ৰদেশৰ জবলপুৰৰ শ্বাহপুৰা ভিটনিত এখন মালবাহী ৰে'লৰ দুটাকৈ দবা লাইনচ্যুত হয়।নিশা ৰে'লখন
Read More...

মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত শিশু মহিলাসহ ২২গৰাকীকৈ যাত্ৰী

নিউজ ডেস্ক, ৯ মে'- মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত শিশু মহিলাসহ নিহত হয় ২২গৰাকীকৈ যাত্ৰী, আহত হৈছে ৩১ গৰাকী যাত্ৰী৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে যাত্ৰীসহ এখন বাছ ৷ দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৪লাখ টকাৰ সাহায্য
Read More...

মধ্যপ্ৰদেশৰ ৰাম নৱমীৰ কাৰ্যসূচীত অঘটন! ১৩ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৩০ মাৰ্চঃ মধ্যপ্ৰদেশৰ ৰাম নৱমীৰ কাৰ্যসূচীত অঘটন৷ কাৰ্যসূচী চলি থকাৰ মাজতে খহি পৰিল মন্দিৰৰ চাদ৷ ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত এই দুৰ্ঘটনা সংঘটিত হয়৷ চাদ খহি কুৱাত পৰে ২০ জনৰো অধিক লোক। এই দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু
Read More...

মধ্যপ্ৰদেশৰ ৰেৱাত বিমান দুর্ঘটনা, নিহত এজন পাইলট

নিউজ ডেস্ক, ৬ জানুৱাৰীঃ মধ্যপ্ৰদেশৰ ৰেৱাত বিমান দুর্ঘটনা। মন্দিৰৰ চূড়াত প্ৰশিক্ষণৰ সময়ত বিমানৰ খুন্দা। ভূপালৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ ৰেৱা জিলাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত প্ৰশিক্ষক বিমানৰ পাইলটজন নিহত হয়। বৃহস্পতিবাৰে নিশা
Read More...

ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women’s National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা…

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women's National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ। আনহাতে অংকুশিতা বড়োয়ে অৰ্জন কৰিছে ৰূপৰ পদক। ১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই চেম্পিয়নশ্বিপ।
Read More...

মধ্যপ্ৰদেশৰ বেতুল জিলাত ভয়াৱহ পথ দুৰ্ঘটনা, ৪ জন লোকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ মধ্যপ্ৰদেশৰ বেতুল জিলাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৪ জন লোকৰ কৰুণ মৃত্যু । ট্ৰাক আৰু গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে যদিও
Read More...

মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১১ জনকৈ লোক

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১১জনকৈ লোকৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।মধ্য প্ৰদেশৰ ঝাল্লাৰ আৰক্ষী থানাৰ সমীপতে বাছ আৰু আন এখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা
Read More...

যাত্ৰীবাহী বাছ আৰু ট্ৰলীৰ মুখামুখি সংঘৰ্ষ, ১৪ জন নিহত, ৪০ জন লোক আহত

নিউজ ডেস্ক, ২২ অক্টোবৰঃ মধ্যপ্ৰদেশৰ ৰেৱাৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। এই সংঘৰ্ষত ১৪ জন লোক থিতাতে নিহত হৈছে। আনহাতে দুৰ্ঘটনাত ৪৫ জন লোক গুৰুতৰভাৱে আহত হৈছে। তাৰে ২০ জন লোকৰ
Read More...