Daily Time Axom
Browsing Tag

Maharashtra

মহাৰাষ্ট্ৰৰ বুলধানা অঞ্চলত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ২৬ জন যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১ জুলাইঃ মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা। চলন্ত বাছত জুই লাগি ২৬ জন যাত্ৰীৰ মৃত্যু। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। নাগপুৰৰ পৰা পুণে অভিমুখে গৈ আছিল বাছখন। সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰ বুলধানাত সংঘটিত হয় এই ঘটনা। বাছখনত
Read More...

ধ্বংসস্তূপত পৰিণত হ’ল মহাৰাষ্ট্রৰ এটা অট্টালিকা, অট্টালিকা খহি ৩জনৰ মৃত্যু

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ধ্বংসস্তূপত পৰিণত হ’ল মহাৰাষ্ট্রৰ এটা অট্টালিকা।অট্টালিকা খহি ৩জনৰ মৃত্যু, আহত হৈছে কেইবাজনো লোক। শনিবাৰে আবেলি মহাৰাষ্ট্ৰৰ ভিৱান্দিত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, অট্টালিকাটোৰ দ্বিতীয় মহলাত ৩ ৰ পৰা ৪ টা
Read More...

মহাৰাষ্ট্ৰৰ বঁটা প্ৰদান অনুষ্ঠানত অঘটন, হিটষ্ট্ৰ’কত মৃত্যু ১১ জনকৈ লোকৰ

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ মহাৰাষ্ট্ৰত হিটষ্ট্ৰ'কত ১১জনৰ মৃত্যু। নেভি মুম্বাইত আয়োজিত হৈছিল মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান। সেই অনুষ্ঠানতে মুকলি আকাশৰ তলত প্ৰচণ্ড ৰ’দত বহি থকাৰ ফলত হিট ষ্ট্ৰ’কত মৃত্যু হয় ১১জনকৈ লোকৰ। প্ৰখৰ ৰ’দ আৰু গৰমত
Read More...

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ১৩জনৰ মৃত্য

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন বাছ। দুৰ্ঘটনাত ১৩জনৰ মৃত্য আৰু আহত হয় ২৫জনৰো অধিক যাত্ৰী। বাছখনত প্ৰায় ৪০গৰাকী যাত্ৰী আছিল। জানিব পৰা মতে, শুকুৰবাৰে নিশা খাণ্ডালা আৰু
Read More...

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত চাঞ্চল্যকৰ ঘটনা! প্ৰেমিকৰ সৈতে খোজ কাঢ়িবলৈ ওলাই অহা যুৱতীক উপৰ্যুপৰি ধৰ্ষণ…

নিউজ ডেস্ক, ২৫ মাৰ্চঃ মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত জঘন্য ঘটনা। প্ৰেমিকৰ সৈতে সন্ধিয়া খোজ কাঢ়িবলৈ যোৱা এগৰাকী যুৱতীক দুজন যুৱকৰ ধৰ্ষণ। তথ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পাহাৰত খোজ কাঢ়িবলৈ গৈছিল। প্ৰেমিক- প্ৰেমিকাক দুজন যুৱকে দেখিছিল।
Read More...

অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে

নিউজ ডেস্ক, ২৪ মাৰ্চঃ অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে।অসমৰ মানুহে কুকুৰ খাই বুলি মন্তব্য কৰিছিল বিধায়কজনে। তাৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাচ্চু কাডুৰ এই
Read More...

মুম্বাই-গোৱা ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত শিশুসহ ৯জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ বৃহস্পতিবাৰে পুৱতি নিশা মুম্বাই-গোৱা ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰাক আৰু আন এখন চাৰিচকীয়া বাহনৰে সংঘৰ্ষ। যাৰ ফলত ৫জন পুৰুষ, ৩গৰাকী মহিলাসহ এটি কণমানিয়ে সাৱটি লয় মৃত্যুক। গুৰুতৰভাৱে আহত আন
Read More...

ভয়ংকৰ পথ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১০ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নাছিক–ছিন্নাৰ পথত এখন যাত্ৰীবাহী বাছৰ সৈতে ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১০জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আহত হয় ৪০ জন যাত্ৰী। জানিব পৰা মতে,
Read More...

এজন যুৱকৰে প্ৰেমত পৰি একেদিনাই বিবাহ পাশত আৱদ্ধ হ’ল দুই ভগ্নী

নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ এখন আজৱ বিয়াই এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’। এজন যুৱকৰে প্ৰেমত একেলগে পৰিল দুই যমজ ভগ্নী আৰু শেষত পৰিয়ালৰ সন্মতিত দুই ভগ্নীয়ে একেলগে বৰমালাও পিন্ধালে একেজন যুৱকক।
Read More...

পুৱতি নিশা পুনেত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুৱতি নিশা পুনেত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই ঘটনা পুনেৰ লুল্লানগৰৰ জে কে হোটেলত সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্থানীয় সূত্ৰ অনুসৰি, হোটেলখনৰ চতুৰ্থ
Read More...