কেৰালাত নিশা ভয়ংকৰ নাওঁ দুৰ্ঘটনা, পৰ্যটকৰ নাওঁ বুৰি ২১ জনৰ মৃত্যু
নিউজ ডেস্ক, ৮ মে'- কেৰালাত ভয়ংকৰ নাওঁ দুৰ্ঘটনাত ২১জনৰ মৃত্যু। কেৰালাৰ মল্লপুৰমৰ টনুৰত এখন নাওঁ দুৰ্ঘটনাগ্ৰস্ত হয়। নাওঁখনত আছিল প্ৰায় ৪০গৰাকী পৰ্যটক। সংকটজনক অৱস্থাত ৭জনক হাস্পতালত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা!-->!-->!-->…
Read More...
Read More...