Daily Time Axom
Browsing Tag

Mallikarjun Kharge

কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পঞ্জাবৰ চাংৰুৰ আদালতৰ চমন

নিউজ ডেস্ক, ১৫ মে'- কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ আদালতৰ চমন৷ পঞ্জাবৰ চাংৰুৰ আদালতে দিছে এই চমন৷১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে 'বজৰং দল হিন্দ'ৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে। ১০ জুলাইত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ
Read More...

ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক, ২৭ মাৰ্চঃ ক’লা পোছাক পৰিধান কৰি সংসদ ভৱনৰ গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ। সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি যাত্ৰা কংগ্ৰেছ সাংসদৰ। শেহতীয়া ৰাহুল গান্ধী বিতৰ্কই দেশ জোকাৰি থকাৰ সময়তে আজি সংসদলৈ ক'লা কাপোৰ পৰিধান কৰি
Read More...

আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুৱে। আনহাতে মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চিমলাৰ ঐতিহাসিক ৰিজ ময়দানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত
Read More...

আজি কংগ্ৰেছ অধ্যক্ষৰ দায়িত্ব ল’ব মল্লিকাৰ্জুন খৰ্গে

নিউজ ডেস্ক, ২৬ অক্টোবৰঃ আজি কংগ্ৰেছ অধ্যক্ষৰ দায়িত্ব ল’ব মল্লিকাৰ্জুন খৰ্গে৷ ১০.৩০ বজাত আনুষ্ঠানিকভাৱে দায়িত্ব ল’ব খৰ্গেই৷ ২৪ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হ’ব AICCৰ অধ্যক্ষ৷ খৰ্গেই দায়িত্ব লোৱা সময়ত উপস্থিত থাকিব ছোনিয়া গান্ধী,
Read More...

কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খৰ্গে

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ AICCৰ নতুন সভাপতি মল্লিকাৰ্জুন খৰ্গে। শশী থাৰুৰক পৰাস্ত কৰি জয়ী হ'ল মল্লিকাৰ্জুন খৰ্গে। ৭,৮৯৭ টা ভোট লাভ কৰিলে মল্লিকাৰ্জুন খৰ্গেয়ে। শশী থাৰুৰে লাভ কৰিলে ১,০০০টা ভোট। উল্লেখ্য যে, ১৭ অক্টোবৰত অনুষ্ঠিত হৈছিল
Read More...

আজি কংগ্ৰেছে লাভ কৰিব নতুন সভাপতি, কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি?

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ আজি ভোটগণনা। নতুন দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে দলটোৰ ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা সভাপতি নিৰ্বাচনৰ ভোটগণনা। আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে এই ভোটগণনা। উল্লেখ্য
Read More...

আজি অনুষ্ঠিত হ’ব AICCৰ সভাপতি নিৰ্বাচন

নিউজ ডেস্ক, ১৭ অক্টোবৰঃ আজি বহু প্ৰতীক্ষিত AICCৰ সভাপতি পদৰ নিৰ্বাচন। ২৪ বছৰৰ অন্তত গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি হ'ব সভাপতি। ভাগ্য নিৰ্ণয় হ'ব মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰৰ। ৰাজীৱ ভৱনত ২৮৯জন প্ৰতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ। ভোট
Read More...