Daily Time Axom
Browsing Tag

Manipur

মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা, পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ৫ আগষ্টঃ পুনৰ ৰক্তাক্ত মণিপুৰ। বিষ্ণুপুৰ জিলাত পুৱতি নিশা পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ। কুৱাক্টা অঞ্চলৰ ৱখা টাম্পাক গাঁৱত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ মতে, তিনিজন লোকক শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল। মৃত
Read More...

পুনৰ ৰক্তাক্ত মণিপুৰ, গুলীচালনাত নিহত ৯জনকৈ লোক

নিউজ ডেস্ক, ১৪ জুনঃ পুনৰ ৰক্তাক্ত মণিপুৰ। পূব ইম্ফলৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাত মহিলাসহ ৯ জনকৈ লোকৰ মৃত্যু আৰু ১১ জনকৈ লোক আহত হয়।পূৱ ইম্ফলৰ সীমান্ত অঞ্চল কাংপকপিৰ এগিজাং গাঁৱত মঙ্গলবাৰে নিশা এই ঘটনা সংঘটিত হয়। আহতসকলক
Read More...

মণিপুৰৰ ছেৰৌত দুৰ্বৃত্তৰ গুলীত নিহত BSF জোৱান, আহত আছাম ৰাইফলছৰ ২জনকৈ জোৱান

নিউজ ডেস্ক, ৬ জুনঃ মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। মঙলবাৰে পুৱা কাকচিঙত সংঘটিত প্ৰচণ্ড গুলীচালনাত নিহত হয় এজন BSF জোৱান। নিহত জোৱানজন ৰঞ্জিত যাদৱ বুলি জানিব পৰা গৈছে। BSFৰ মুখপাত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা কুকি দুষ্কৃতিকাৰীৰ
Read More...

মণিপুৰ হিংসাৰ ভয়ংকৰ পৰিণতি, বিধায়কক প্ৰহাৰ, আয়কৰ বিভাগৰ বিষয়াক হত্যা

নিউজ ডেস্ক, ৬ মে'- এটা ভুৱা বাতৰিক লৈ অগ্নিগৰ্ভা মণিপুৰত এতিয়াও শাম কটা নাই উত্তেজনা। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ভ্ৰমণ কৰাৰ পিছতেই এই উত্তেজনাই অধিক ভয়াৱহ ৰূপ লৈছে। ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।
Read More...

চুবুৰীয়া ৰাজ্য মণিপুৰক সকলো সহায় সহযোগিতাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক, ৫ মে'- চুবুৰীয়া ৰাজ্য মণিপুৰক সকলো সহায় সহযোগিতাৰ আশ্বাস অসম চৰকাৰৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনিক বার্তালাপ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টুইটযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Read More...

মণিপুৰত অব্যাহত আছে হিংসা, ৰাজ্যখনত ৫ দিনৰ বাবে স্থগিত ৰখা হৈছে ইন্টাৰনেট

নিউজ ডেস্ক, ৪ মে'- মণিপুৰত বুধবাৰে জনজাতীয় গোটসমূহে অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই ৰাজ্যখনৰ আঠখন জিলাত সান্ধ্য
Read More...

মণিপুৰৰ চোৰাছান্দপুৰ জিলাত ইণ্টাৰনেট কৰ্তন, জাৰি কৰিলে ১৪৪ ধাৰা

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মনিপুৰৰ চোৰাছান্দপুৰ জিলাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ইয়াৰপিছতেই ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তনৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। পুৱা ৮ বজাৰ পৰা ITLFৰ ৮ ঘণ্টীয়া জিলা বন্ধ ঘোষণা। এই বন্ধৰ প্ৰাক সন্ধ্যা
Read More...

ভয়ংকৰ বাছ দুৰ্ঘটনা, শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ২১ ডিচেম্বৰতঃ মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা। দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হোৱাত ১৫গৰাকীকৈ ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ। মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত দুৰ্ঘটনাত পতিত ছাত্ৰী কঢ়িয়াই নিয়া বাছখন। থাম্বালনু উচ্চতৰ মাধ্যমিক
Read More...

মহানগৰীৰ গণেশগুৰিৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্রাগছ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজ্য়ত ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত। এইবাৰ এম্বুলেঞ্চেৰে ড্ৰাগ্ছ সৰবৰাহ কৰি ধৰা পৰিল আৰক্ষীৰ হাতত।মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলা অভিযানত মণিপুৰৰ পৰা অহা এখন এম্বুলেন্সত উদ্ধাৰ হ'ল বুজন পৰিমাণৰ
Read More...