মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা, পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ
নিউজ ডেস্ক, ৫ আগষ্টঃ পুনৰ ৰক্তাক্ত মণিপুৰ। বিষ্ণুপুৰ জিলাত পুৱতি নিশা পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ। কুৱাক্টা অঞ্চলৰ ৱখা টাম্পাক গাঁৱত সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ মতে, তিনিজন লোকক শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল। মৃত!-->!-->!-->…
Read More...
Read More...