মানকাচৰত কৰুণ ঘটনাঃ পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে চৰম সিদ্ধান্ত বিধৱা মহিলাৰ
নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। ইয়াৰ মাজতেই বাল্য বিবাহক কেন্দ্ৰ কৰি আত্মহত্যা বিধৱা মহিলাৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে মানকাচৰত।
পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাত চৰম সিদ্ধান্ত ল’লে এগৰাকী বিধৱা!-->!-->!-->…
Read More...
Read More...