Daily Time Axom
Browsing Tag

Margherita

মাৰ্ঘেৰিটাৰ শিশু ধৰ্ষণকাৰী আনন তাঁতীক এনকাউণ্টাৰ

নিউজ ডেস্ক, ৫ মে'- মাৰ্ঘেৰিটাৰ শিশু ধৰ্ষণকাৰী আনন তাঁতীক এনকাউণ্টাৰ। অৰুণাচল সীমান্তৰ দেওমালিত গ্রেপ্তাৰ হৈছিল তাঁতী। দেওমালিৰ পৰা মাৰ্ঘেৰিটালৈ আনি থাকোঁতে পলায়নৰ চেষ্টা কৰিছিল। পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীচালনা কৰে আনন তাঁতীক।
Read More...

মাৰ্ঘেৰিটাত জঘন্য ঘটনা, ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা

নিউজ ডেস্ক, ৪ মে'- মাৰ্ঘেৰিটাত জঘন্য ঘটনা৷ ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা। আনন তাঁতী নামৰ নৰপিশাচটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড। উল্লেখযোগ্য যে, ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল কিশোৰীগৰাকী। ২ মে’ৰ পুৱা ৪মান বজাত
Read More...

চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক দাৰে ঘপিয়ালে উদণ্ড প্ৰেমিকে

নিউজ ডেস্ক, ৬ মাৰ্চঃ মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ। আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়ালে প্ৰেমিকাক। ডিঙি আৰু মূৰত যথেষ্ট আঘাত পাইছে যুৱতীগৰাকীয়ে৷ দেওবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো
Read More...

মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে জাহ গ’ল ২০ খনতকৈও অধিক দোকানৰ লগতে বাসগৃহ

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ২০ খনতকৈয়ো অধিক সৰু বৰ দোকানৰ লগতে কেইবাটাও বাসগৃহ নিমিষতে জাহ যায়। দিনৰ প্ৰায় ১২ বজাত পাৱৈ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত
Read More...

জাগুনত বুজন পৰিমাণৰ ড্ৰাগছ সহ মহিলা আটক

নিউজ ডেস্ক, ৪ অক্টোবৰঃ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰ্তমানেও অব্যাহত আছে।মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আহোম পথাৰৰ পৰা লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এগৰাকী অবৈধ ড্ৰাগছ মহিলা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ১২ টা
Read More...