মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে জাহ গ’ল ২০ খনতকৈও অধিক দোকানৰ লগতে বাসগৃহ
নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ মাৰ্ঘেৰিটাৰ পাৱৈ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ২০ খনতকৈয়ো অধিক সৰু বৰ দোকানৰ লগতে কেইবাটাও বাসগৃহ নিমিষতে জাহ যায়। দিনৰ প্ৰায় ১২ বজাত পাৱৈ বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত!-->…
Read More...
Read More...