Daily Time Axom
Browsing Tag

Massive fire

মহাৰাষ্ট্ৰৰ নাচিক- ঔৰংগাবাদ পথত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ৮ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ দুৰ্ঘটনা। এখন বাছত পুৱাই সংঘটিত এই অগ্নিকাণ্ডত ১০গৰাকীকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৩২গৰাকীকৈ লোক। জানিব পৰা মতে, বাছখনে পথতে ৰৈ থক এখন কণ্টেইনাৰক খুন্দা মৰাৰ ফলতে অগ্নিকাণ্ডৰ
Read More...

যোৰাবাটৰ ৰবৰ ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ যোৰাবাটৰ ১১ মাইলত ভয়ংকৰ অগ্নিকাণ্ড। ৰাবাৰ প্ৰস্তুত কৰা কাৰখানাত এই ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়। বৰ্তমানেও জানিব পৰা নাই জুইৰ সূত্ৰপাত্ৰৰ কাৰণ। মেঘালয়ৰ অগ্নিনিৰ্বাপক
Read More...

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু দুই কণমানি সন্তানসহ চিকিৎসকৰ

নিউজ ডেস্ক, ২৫ চেপ্তেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ৰেনিগুণ্টাত নৱনিৰ্মিত এখন ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত এজন চিকিৎসক আৰু তেওঁৰ দুই সন্তান অগ্নিদ্বগ্ধ হৈ মৃত্যু হৈছে। নিহত চিকিৎসকগৰাকীক ডা০ ৰবিশংকৰ ৰেড্ডী
Read More...

মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত ৪খন চাৰিচকীয়া, ৯খন দুচকীয়া বাহন ভস্মীভূত

নিউজ ডেস্ক, ৭ ছেপ্তেম্বৰঃ বুধবাৰে পুৱতি নিশা মহানগৰীৰ বশিষ্টত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। মহানগৰীৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বালুঘাটত থকা ISUZU ৰ শ্ব'ৰূমত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ISUZU-বেনেলি শ্ব'ৰুমত সংঘটিত হোৱা এই অগ্নিকাণ্ডত
Read More...

বৰপেটাৰ বৰভিটা গাঁৱত ভয়াবহ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১৩ আগষ্ট : বৰপেটা জিলাৰ বৰভিটা গাঁৱত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত চাৰিটা ঘৰ ভষ্মিভূত হোৱাৰ লগতে আহত হৈছে দুজন। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা গাঁৱৰ বৰকাতুল্লা, আশ্ৰফ আলী, ময়নুল হক, মোনোৱাৰ
Read More...