Daily Time Axom
Browsing Tag

Money

সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহৰ পৰা জব্দ ৬৫,৩৭,৫০০টকা

নিউজ ডেস্ক, ১৯ মে'- বৃহস্পতিবাৰে উৎকোচৰ ধন লৈ থকা অৱস্থাতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আয়কৰ বিভাগৰ সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা। তদন্তত তেওঁৰ গুৱাহাটীৰ ৰূপনগৰস্থিত বাসভৱনত অভিযান চলাই অনুজ্ঞাপত্ৰ নথকা পিষ্টলৰ লগতে
Read More...

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ, ২ সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ১০ মে'- গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ।পল্টনবজাৰ ৰে’লৱে আৰক্ষীৰ নিয়মীয়া অভিযানত জব্দ কৰা হয় ৫৭ লাখ ৫০ হাজাৰ টকা। দুটাকৈ ব্ৰীফকেছত দুজন লোকে লৈ আহিছিল এই বৃহৎ পৰিমানৰ ধনখিনি। ডিব্ৰুগড়-গুৱাহাটী অভিমুখী ৰাজধানী
Read More...

লামডিং ৰে’লৱে জংচনত RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ লামডিং ৰে'লৱে জংচনত টকাৰ উজান। RPF আৰু আৰক্ষীৰ যৌথ অভিযানত নগদ ৩৩ লাখ ৭০ হাজাৰ টকা জব্দ। ১২০৬৮ নামনিমুৱা যোৰহাট টাউন-গুৱাহাটী জন শতাব্দী ৰে'লৰ ডি-৬ ডবাৰ ১০৮ নম্বৰ চিটৰ পৰা উদ্ধাৰ হৈছে ধনখিনি। এই ঘটনা সন্দৰ্ভত
Read More...

ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ ঘৰত টকাৰ উজান

নিউজ ডেস্ক, ২১ অক্টোবৰঃ এইবাৰ ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ। ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ ঘৰত টকাৰ উজান। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উদ্ধাৰ ৭ লাখ ৩ হাজাৰ ৮০০ টকা। লুকুৱাই ৰখা ৭৮ হাজাৰ টকাৰ পুৰণি
Read More...

৭০০ টকা ঘোচ লৈ জালত পৰা দিতিমণি গগৈৰ ফ্লেটত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা

নিউজ ডেস্ক, ২০ অক্টোবৰঃ ৭০০ টকা ঘোচ লৈ জালত পৰা দিতিমণি গগৈৰ ফ্লেটত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা। ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ফ্লেটত নিশা আৰক্ষীয়ে চলায় তালাচী। পৰিবহণ বিভাগৰ
Read More...