Daily Time Axom
Browsing Tag

Morigaon

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া মফিজুল

নিউজ ডেস্ক, ১২ জুলাইঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ।মৰিগাঁৱত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। ধৰমতুলৰ বৰবৰিত গুলীবিদ্ধ হ'ল ড্ৰাগছ মাফিয়া মফিজুল। অধিক ড্ৰাগছৰ লগতে আন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত মফিজুলক লৈ আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীয়ে ড্ৰাগছৰ
Read More...

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকক নিলম্বন

নিউজ ডেস্ক, ৭ জুনঃ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষকক নিলম্বন।অৱশেষত নিলম্বিত হ'ল মৰিগাওঁ জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু বিতৰ্কিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰহমত আলী।বিভিন্ন দুৰ্নীতিৰ অভিযোগত মাধ্যমিক শিক্ষা
Read More...

পাকিস্তানী এজেণ্টক ছিমকাৰ্ড যোগান ধৰা চক্ৰ উৎখাত, নগাঁও-মৰিগাঁৱৰ পৰা ৫জনক আটক

নিউজ ডেস্ক, ৮ মাৰ্চঃ মৈৰাবাৰীৰ সৰুচলা গাঁৱত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ৰ অভিযান।অভিযানত পাকিস্তানী এজেন্টৰ লগত লিংক থকাৰ সন্দেহত মৈৰাবাৰীৰ পৰা এজনক আটক। পাকিস্তানী চোৰাংচোৱা সংস্থাক মোবাইলৰ OTP আৰু চিম কাৰ্ড যোগান ধৰাৰ অভিযোগত
Read More...

স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত মৰিগাঁৱৰ পৰা আটক মহিলাক

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰি গ্ৰেপ্তাৰ নাছিমা বেগম। পৰীক্ষা কেন্দ্ৰত মবাইল লৈ প্ৰৱেশ কৰিছিল নাছিমা। নাছিমাৰ মবাইলৰ পৰা ফাদিল হৈছিল স্বাস্থ্য বিভাগৰ ৩য় বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত। পৰীক্ষা গৃহৰ পৰাই
Read More...

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা! গাড়ী কাটি উদ্ধাৰ চালকক

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰীঃ মৰিগাঁৱৰ ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা তেল ভৰ্তি টেংকাৰত প্ৰচণ্ড খুন্দা বলেৰো বাহনৰ। তেল ভৰ্তি টেংকাৰখনৰ নম্বৰ MN05C0482 আৰু বলেৰো বাহনখনৰ নম্বৰ AS02AB4198। ধৰমতুল আৰক্ষী থানাৰ সন্মুখত
Read More...

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাহন, থিতাতে নিহত ২জন

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ পহিলা মাঘৰ দিনাই মৰিগাঁৱৰ ধৰমতুলত শোকাৱহ ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দা তীৰ্থযাত্ৰীৰ বাহনৰ ৷ দুৰ্ঘটনাত ২গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৯গৰাকী গুৰুতৰভাৱে আহত হয় ৷ বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে
Read More...

মিকিৰভেটাৰ ভেহুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১জন, আহত ২

নিউজ ডেস্ক,২৫ নৱেম্বৰ: মিকিৰভেটাৰ ভেহুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ১জন, গুৰুতৰভাৱে আহত ২জন। মিকিৰভেটা আৰক্ষী চকীৰ এলেকাধীন বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ভেহুগুৰিৰ দীঘলী পথাৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে,
Read More...

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা। দুই সৰবৰাহকাৰীক লক্ষ্য কৰি এণ্টি নাৰ্ক'টিক স্কোৱাডৰ গুলীচালনা। গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী সুকুৰ আলী, ইক্ৰামূল হুছেইন। মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি টকাৰ মূল্যৰ হেৰ'ইন।
Read More...

জুবিনৰ সংগীতানুষ্ঠানত একাংশ দৰ্শকৰ উদ্ভণ্ডালি, ভাঙিলে পেণ্ডেলৰ চকী

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ মৰিগাওঁ জিলা দিৱস উপলক্ষে শনিবাৰে আয়োজন কৰা নিশাৰ সাংস্কৃতিক অনুষ্ঠানত মূখ্য আকৰ্ষণৰূপে উপস্থিত আছিল যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কিন্তু নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতেই একাংশ দৰ্শকে উত্তপ্ত
Read More...