মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুগৰাকী মহিলা
নিউজ ডেস্ক, ১৫ চেপ্তেম্বৰঃ মুকালমুৱাৰ বৰুৱাপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথত ৰৈ থকা যাত্ৰীবাহী টেম্প' বাহনত খুন্দা বলেৰ’ পিকআপ বাহনৰ। ফলত টেম্পোখনত থকা দুগৰাকী মহিলা থিতাতে নিহত হয়, গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী মহিলা ।
নিহত মহিলা দুগৰাকী!-->!-->!-->…
Read More...
Read More...