Daily Time Axom
Browsing Tag

Mumbai

মুকেশ আম্বানীক Z+ নিৰাপত্তা দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ১ মাৰ্চঃ উচ্চতম ন্যায়ালয়ে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক দেশৰ উচ্চতম Z+ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে সমগ্ৰ ভাৰত আৰু বিদেশত উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলক
Read More...

‘পাথান’ত হৃতিক?

শ্বাহৰুখেও বিচাৰে হৃতিক ৰোশনক কাষত। ফিফা বিশ্বকাপ ২০২২ৰ মঞ্চত থিয় হৈ তেওঁ নিজকে ঘোষণা কৰে। কেনেকৈ প্ৰচাৰ কৰিব? বা সঁচা! ৰখানে বলীউডৰ বক্স অফিচক পৰাস্ত কৰিবলৈ কোনো প্ৰচেষ্টা এৰি যোৱা নাই! শেহতীয়াকৈ ‘পাথান’ৰ প্ৰচাৰৰ বাবে কাটাৰলৈ গৈছিল
Read More...

অসম তথা দেশলৈ সুখবৰ, ডঃ দিব্যজ্যোতি শইকীয়াক আন্তৰাষ্ট্ৰীয় বিশ্ব সংবিধান সাংসদ বঁটা

মুম্বাই, ৭ ডিচেম্বৰ: ৩ডিচেম্বৰৰ বিয়লি মহাৰাষ্ট্ৰৰ সিৰড্ডীৰ সমীপৰ শ্ৰী ৰামপুৰত বিশ্ব সংবিধান সাংসদ সংস্থাৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশ্ব সংবিধান সাংসদ সংস্থাৰ গ্লোবেল সভাপতি প্ৰফেছৰ ডঃ গ্লেন টি মাৰ্টিনে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ
Read More...

ৰতন টাটাৰ জীৱনীক লৈ নিৰ্মাণ কৰা হৈছে এখন চিনেমা, মুখ্য চৰিত্ৰত অভিনয় কৰিব এইগৰাকী বিখ্যাত অভিনেতাই

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ ৰতন টাটা ভাৰতীয় উদ্যোগৰ এক সুপৰিচিত আৰু সন্মানীয় নাম। দৰিদ্ৰ লোকক দান দিয়াৰ পৰা আৰম্ভ কৰি দেশৰ লাখ লাখ যুৱক-যুৱতীৰ কৰ্মসংস্থাপনলৈকে, তেওঁ কি কৰিলে! য’ত বহু ব্যৱসায়ীৰ প্ৰতি মানুহৰ বেয়া মনোভাৱ, ৰতন টাটা তাৰ
Read More...

বলিউদৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ দেহাৱসান

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই অৱশেষত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। আৰু বিশিষ্ট
Read More...

আজি অভিশপ্ত ২৬/১১, মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪টা বছৰ

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪টাকৈ বছৰ৷ আজি সেই অভিশপ্ত ২৬/১১ ৷ ২০০৮ চনৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৪ গৰাকী লোকে৷ নিমিষতে তেজেৰে ৰাঙলী হৈ পৰিছিল
Read More...

সামাজিক মাধ্যমত প্ৰকাশ কৰিলে ৰণবীৰ-আলিয়াৰ তনয়াৰ নাম, জানো আহক ইয়াৰ অৰ্থ কি?

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ অৱশেষত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে তেওঁলোকৰ কন্যাৰ নাম প্ৰকাশ কৰে। সামাজিক মাধ্যমত আলিয়াই নিজ কন্যাৰ নাম প্ৰকাশ কৰি কৈছে, এই নাম দিছে স্বামী ৰণবীৰৰ মাতৃ তথা অভিনেত্ৰী নীতু কাপুৰে। আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ জীৱনলৈ
Read More...

ভাৰতৰ আটাইতকৈ ধনী অভিনেত্ৰী ঐশ্বৰ্য, আপুনি জানি আচৰিত হ’ব ধনৰ পৰিমাণ!

নিউজ ডেস্ক,২ নৱেম্বৰ: ১৯৯৪ চনত মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল ঐশ্বৰ্য ৰায়ে। এক সাক্ষাৎকাৰত সুস্মিতা সেনে কয় যে ঐশ্বৰ্যৰ বাবেই তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ভয় কৰিছিল। অৱশ্যে মিছ ৱৰ্ল্ডৰ মঞ্চৰ পৰাই
Read More...

২৬/১১ ৰ প্ৰাকমুহূৰ্তত, মুম্বাইত পুনৰ বোমা বিস্ফোৰণ কৰাৰ ভাবুকি অচিনাক্ত লোকৰ

নিউজ ডেস্ক, ২০ অক্টোবৰঃ ২৬/১১ কাণ্ডৰ পূৰ্বে পুনৰ মুম্বাই আৰক্ষীলৈ ভাবুকি ভৰা ফোন । আৰক্ষীলৈ অহা ফোনত কয় যে, চহৰখনৰ কেইবাঠাইতো বিস্ফোৰণ ঘটিব। আৰক্ষীয়ে জনোৱা অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰত ফোন কৰি জনাইছে
Read More...

বলিউডৰ প্ৰবীণ অভিনেতা অৰুণ বালি আৰু নাই

নিউজ ডেস্ক, ৭ অক্টোবৰঃ 3 Idiots, PK, কেডাৰনাথ, পাণিপথৰ দৰে বলীউডৰ বহু জনপ্ৰিয় ছবিত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা প্ৰবীণ অভিনেতা অৰুণ বালী আৰু নাই। শুকুৰবাৰে পুৱা প্ৰায় ৪.৩০ বজাত ৭৯ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।
Read More...