Daily Time Axom
Browsing Tag

Murder

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড,বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড৷ বেহৰবাৰীৰ সোণকুছিত স্বামীয়ে হত্যা কৰিলে পত্নীক। নিশা ডিঙি চেপি হত্যা কৰে স্বামী জেল হকে। নিহত মহিলাগৰাকীৰ নাম হামেদা বেগম। জানিব পৰা মতে, স্বামীয়ে ডিঙি চেপি হত্যা কৰে…
Read More...

কৰিমগঞ্জৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড,পত্নীৰ প্রহাৰত মৃত্যু এজন SSB জোৱানৰ

নিউজ ডেস্ক, ১৩ অক্টোবৰঃ কৰিমগঞ্জৰ নয়াবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।পত্নীৰ প্ৰহাৰত অজয় নাথ নামৰ অৱসৰপ্ৰাপ্ত SSB জোৱানৰ মৃত্যু।অভিযোগ অনুসৰি পত্নীয়ে শিলেৰে মৰিয়াই হত্যা কৰে স্বামীক। বৃহস্পতিবাৰে নিশাই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ স্থানীয়…
Read More...

স্বামীয়ে টনা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু, পত্নীক হত্যা কৰি স্বামীৰ স্বীকাৰোক্তি

নিউজ ডেস্ক, ৫ অক্টোবৰঃ বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যু।স্বামী বাবুল নাহকে পত্নী বিনীতা তাঁতীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰে। পত্নীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ
Read More...

চাঞ্চল্যকৰ হত্যাকাণ্ড!প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা পত্নীৰ

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ জাগীৰোডৰ শিলভঙাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ।বুধবাৰে নিশা সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড। নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা স্বামী আচাদুৰ ৰহমানক। ঘটনাক
Read More...

দলিত যুৱকক মৰিয়াই হত্যা; মাতৃকো বিৱস্ত্ৰ কৰাৰ অভিযোগ

নিউজ ডেস্ক, ২৮ আগষ্টঃ পুনৰ এগৰাকী দলিত যুৱকক মৰিয়াই হত্যা কৰাৰ অভিযোগ । পুত্ৰক বচাবলৈ যোৱা যুৱকজনকৰ মাতৃকো বিবস্ত্ৰা কৰা হৈছিল বুলি স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।দেওবাৰে মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হয় এই ঘটনা। তথ্য পোৱাৰ
Read More...

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, মহানগৰীৰ বৰাগাঁৱত মহিলাক হত্যা কৰি চৰম পথ গ্ৰহণ অবৈধ প্ৰেমিকৰ

নিউজ ডেস্ক, ২৮ আগষ্টঃ নিশা মহানগৰীৰ বৰাগাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। পৰকীয়া প্ৰেমৰ বাবে দাৰে ঘপিয়ালে প্ৰেমিকাক। নিৰঞ্জন গোহাঁই নামৰ এজনৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল ৰীতা দাস নামৰ মহিলাগৰাকীয়ে। ৩ মাহ পূৰ্বে স্বামীক মৰিয়াই
Read More...

নৃশংস হত্যাকাণ্ড, ১১ দিনীয়া কন্যা সন্তানক হত্যা কৰি গাঁতত পুতি থলে পাষান পিতৃয়ে

নিউজ ডেস্ক, ১৯ আগষ্টঃ বজালীত নৃশংস হত্যাকাণ্ডৰ ঘটনা। ১১ দিনীয়া কন্যা সন্তানক হত্যা কৰি গাঁতত পুতি থলে পাষান পিতৃয়ে। বজালীৰ ডুবি মালিপাৰাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। নিজৰ ১১ দিনীয়া সন্তানক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো–জা কৰিছিল পিতৃ
Read More...

গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড, দশম শ্ৰেণীৰ ছাত্ৰক হত্যা পদপথৰ ব্য়ৱসায়ীৰ

নিউজ ডেস্ক, ১০ আগষ্টঃ গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।প্ৰথমে অপহৰণ তাৰপিছত হত্যা। মহৰ্ষি বিদ্যা মন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নিতেশ কুমাৰক হত্যা। নিশা বোন্দাৰ পৰা গ্ৰেপ্তাৰ হত্যাকাৰী অভিষেক বৰুৱাক। ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰি বশিষ্ঠ
Read More...

তেজপুৰৰ চানমাৰি ৰে’লগেটত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক, ২৭ জুনঃ তেজপুৰৰ চান্দমাৰী ৰে'ল গেটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বনকৰা মহিলাক গৃহস্থই হত্যা কৰি পুতি থ'লে চৌহদত। ৰাজু আইচ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ঘটনা। আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাজু আইচে। আনুমানিক ৩ ৰ পৰা ৪ দিন পূৰ্বে
Read More...

গুৱাহাটীৰ জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১৫ জুনঃ গুৱাহাটীৰ জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। ছয়গাঁৱৰ হাতীচলা পামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বুলবুল হুছেইনক। ধৃত বুলবুলে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা। উল্লেখ্য যে,
Read More...