Daily Time Axom
Browsing Tag

Murder

নৃশংস হত্যাকাণ্ড! ভতিজাকে শিৰচ্ছেদ কৰিলে পিতা–পুত্ৰৰ

নিউজ ডেস্ক, ১২ জুনঃ ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ'ল পিতা-পুত্ৰৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লংছোৱালৰ ১২নং আঠাই বস্তিত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা। নিজ বাসগৃহৰ ভিতৰতে দাৰে ঘপিয়াই শিৰচ্ছেদ
Read More...

চাঞ্চল্য! গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই থৈ গ’ল মৃতদেহ

নিউজ ডেস্ক, ১২ জুনঃ গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংস হত্যা। কৃষ্ণাই চলপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ জোনালী নাথৰ মৃতদেহ। দুৰ্বৃত্তই হত্যা কৰি পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ। গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকাৰ দায়িত্বত
Read More...

দেশত পুনৰ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি

নিউজ ডেস্ক, ৮ জুনঃ দেশত পুনৰ দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মুম্বাইত। মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই ঘটনা। ৫৬ বছৰীয়া এগৰাকী ব্যক্তিয়ে লিভ ইনৰ প্ৰেয়সীক হত্যা কৰি মৃতদেহটো গছ কটা
Read More...

আজি আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে সৰিতা তছনিৱাল হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচক

নিউজ ডেস্ক, ১৮ মে'- ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডত অভিযুক্ত কিৰো মেচক যাৱজ্জীৱন কাৰাদণ্ড।১৫২ পৃষ্ঠাৰ ৰায়দানত আছে ৬১জন ব্যক্তিৰ সাক্ষ্য। ৰায়দানত আদালতে কিৰো মেচক দোষী সাব্যস্ত কৰিছিল। সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ডাঃ দীপমণি শইকীয়াক দোষমুক্ত
Read More...

তেজপুৰৰ বাম বেছেৰীয়াত নৃশংস হত্যাকাণ্ড, বনকৰা লোকে মৰিয়াই হত্যা কৰিলে ঘৰৰ গৰাকীক

নিউজ ডেস্ক, ৫ মে'- তেজপুৰৰ বাম বেছেৰীয়াত নৃশংস হত্যাকাণ্ড। বনকৰা লোকে মৰিয়াই হত্যা কৰিলে ঘৰৰ গৰাকী উপেন নাথক। বনকৰা হিচাপে থকা ধীৰেন তাঁতীয়ে ক্ৰিকেট বেটেৰে কোবাই হত্যা কৰিলে লোকজনক। ৪ বছৰ ধৰি উপেন নাথৰ ঘৰত আছিল ধীৰেণ তাঁতী। ঘটনাৰ পিছতে
Read More...

মাৰ্ঘেৰিটাত জঘন্য ঘটনা, ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা

নিউজ ডেস্ক, ৪ মে'- মাৰ্ঘেৰিটাত জঘন্য ঘটনা৷ ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই হত্যা। আনন তাঁতী নামৰ নৰপিশাচটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড। উল্লেখযোগ্য যে, ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল কিশোৰীগৰাকী। ২ মে’ৰ পুৱা ৪মান বজাত
Read More...

চাপৰৰ ছছলাপাৰাত নৃশংস হত্যাকাণ্ড, খেদি খেদি পিতৃক হত্যা তিনি পুত্ৰৰ

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ চাপৰৰ ছছলাপাৰাত নৃশংস হত্যাকাণ্ড। খেদি খেদি পিতৃক হত্যা কৰিলে তিনি পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন ৩ পুত্ৰৰ। নিহত পিতৃৰ নাম ছপিয়াল আলী। পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হয় এই জঘন্য কাণ্ড বুলি জানিব পৰা গৈছে।
Read More...

অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ অন্য জাতিৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই দুই কন্যাক হত্যা পিতৃ-মাতৃৰ। বিহাৰৰ হাজীপুৰত সংঘটিত হৈছে এই ঘটনা। শুই থকা অৱস্থাতে হত্যা কৰে নিজৰ ১৬ বছৰীয়া আৰু ১৮ বছৰীয়া কন্যাক। ঘৰৰ বিচনাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে
Read More...

গহপুৰৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ ! পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক

নিউজ ডেস্ক, ১০ মাৰ্চঃ গহপুৰৰ ১ বছৰীয়া শিশু হত্যাৰ ঘটনাৰ নতুন মোৰ। পিতৃৰ হাতত প্ৰাণ গ'ল এবছৰীয়া সন্তান পৰাগজ্যোতিৰ। শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ পত্নী, গাঁওবাসীৰ। পুৱাই গহপুৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে শচীন বৰদলৈক।
Read More...

চাঞ্চল্য! পৰকীয়া প্ৰেমৰ বাবেই গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

নিউজ ডেস্ক, ৩ মাৰ্চঃ দক্ষিণ কামৰূপৰ বকোত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। স্বামীয়ে হত্যা কৰিলে গৰ্ভৱতী মহিলাক। জানিব পৰা মতে, পৰকীয়া প্রেমৰ বাবেই হত্যা কৰিলে পত্নীক। মহিলা গৰাকীৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
Read More...