Daily Time Axom
Browsing Tag

Murder

নৃশংস হত্যাকাণ্ড, পাষাণ পুত্ৰই হানিখুচি হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ নলবাৰীৰ সাগৰকুছিত পাষাণ পুত্ৰ‌ই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছি গাঁৱৰ চন্দি কলিতাৰ পুত্ৰ প্ৰাঞ্জল কলিতাই হানিখুচি হত্যা কৰিলে মাতৃ পূৰ্ণিমা কলিতাক। জানিব পৰা মতে,
Read More...

ৰাজ্যত পুনৰ মৰেল পুলিচগিৰী, চাপৰত মৰিয়াই মৰিয়াই হত্যা এজনক

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত ভয়ংকৰ ঘটনা। উত্তেজিত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। টুকৰাফৰেষ্ট গাঁৱত ৰাইজৰ প্ৰহাৰত নিহত হানিফ আলী। এগৰাকী মহিলাৰ ঘৰত যুৱকজনৰ প্ৰৱেশক লৈ ক্ষুব্ধ ৰাইজ। হাত-ভৰি বান্ধি হানিফক ওৰে নিশা
Read More...

নৃশংস! ভোকত কান্দি থকাৰ বাবেই নিজৰ দুবছৰীয়া কন্য়াক ডিঙি চেপি হত্য়া

এগৰাকী ডেৰ-দুবছৰীয়া ছোৱালীজনীয়ে ভোকৰ বাবে কান্দি থাকিল। পকেটত থকা টকাৰে বিস্কুট আৰু চকলেট কিনি দিলে। তাৰ পিছতো তাইৰ ভোক পূৰণ নহ’ল, ছোৱালীজনীয়ে কান্দি আছিল। অৱশেষত ডিঙিত জোৰেৰে ধৰি ডিঙি চেপি হত্যা কৰা হ’ল। আত্মহত্যাৰ চেষ্টাও কৰিছিল।
Read More...

মই যি কৰিছিলো, মই খঙত কৰিছিলোঃআফতাব

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ দিল্লীৰ মেহৰৌলি অঞ্চলত শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি চাকেত আদালতত হাজিৰ হয়। উপস্থিতিৰ সময়ত, দিল্লী আৰক্ষীয়ে অভিযুক্ত আফতাবৰ আৰক্ষী ৰিমাণ্ড বৃদ্ধি কৰিবলৈ
Read More...

শিৱসাগৰত লোমহৰ্ষক হত্যাকাণ্ড, শহুৰেকৰ দাৰ ঘাপত প্ৰাণ গ’ল জোৱায়েকৰ

নিউজ ডেস্ক, ১৫ নৱেম্বৰঃ শিৱসাগৰৰ ঘিলাগুৰিত নিশা লোমহৰ্ষক হত্যাকাণ্ড। পাৰিবাৰিক অশান্তিৰ বাবেই এই ঘটনা সংঘটিত হয়। মুজামিল খান নামৰ লোকজনক পত্নী আৰু শহুৰেকে অত্যাচাৰ সহিব নোৱাৰি ঘপিয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
Read More...

মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড,গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ মহানগৰীৰ বৰবাৰীত নিশা লোমহৰ্ষক হত্যাকাণ্ড। গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক। চিকিৎসক তথা ব্যৱসায়ীজনৰ নাম খঞ্জিত মেধি। প্ৰতীক্ষা হাস্পতালৰ সমীপৰ 77 নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত হৈছে এই কাণ্ড।
Read More...

তিনিচুকীয়াৰ চিটপানীত ডিঙি ৰেপি হত্যা এজন ছাত্রক

নিউজ ডেস্ক, ৪ অক্টোবৰঃ দুৰ্গোৎসৱৰ মাজতে তিনিচুকীয়াত লোমহৰ্ষক হত্যাকাণ্ড। ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এজন ছাত্ৰক হত্যা দুৰ্বৃত্তৰ।মৃত ছাত্ৰজন কৈলাসপুৰ দীঘলীপথাৰৰ ৰক্তিম নিমলীয়া।ডিঙি ৰেপি হত্যা ৰক্তিম নিমলীয়াক। অসম-অৰুণাচলৰ
Read More...

ভয়ংকৰ ঘটনা, জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (কাৰাগাৰ)ক হত্যা

নিউজ ডেস্ক, ৪ অক্টোবৰঃ জম্মু-কাশ্মীৰত ভয়ংকৰ ঘটনা। জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান (জে’ল)ক হত্যা। নিশা বাসগৃহতে DG (JAIL) হেমন্ত লোহিয়াক হত্যা।জম্মু-কাশ্মীৰৰ উদয়ৱালা অঞ্চলত এই ঘটনা সংঘটিত হৈছে। ইতিমধ্যে হত্যাৰ দায়িত্ব স্বীকাৰ The
Read More...

টীয়কত নিশা নৃশংস হত্যাকাণ্ড

নিউজ ডেস্ক,৩০ চেপ্তেম্বৰ: টীয়কত নিশা নৃশংস হত্যাকাণ্ড। টীয়কৰ চেনিজানৰ দোলাকাষৰীয়া গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ড। ভদ্ৰ বৰা নামৰ ব্যক্তিজনক দাৰে নৃশংস ভাৱে ঘপিয়াই হত্যা ।খৰি বিক্ৰী কৰি আহোতে পথতে অচিনাক্ত দূৰ্বৃত্তই ঘপিয়াই হত্যা কৰে
Read More...

নগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড, ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা এগৰাকী মহিলাক

নিউজ ডেস্ক, ২৬ চেপ্তেম্বৰঃ নগাঁও হৰিজন কলনীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এই ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে হৰিজন কলনীৰ ৰাজদ্বীপ দত্ত নামৰ ঔষধ ব্যৱসায়ীজনৰ পত্নী ৰুবী দত্ত(৩৮)ক কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে
Read More...