Daily Time Axom
Browsing Tag

MV Ganga Vilas

অৱশেষত অসম পালেহি দীৰ্ঘতম ৰিভাৰ ক্ৰুজ গংগা বিলাস

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ অৱশেষত অসমত প্ৰৱেশ কৰিলে বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰমোদতৰী এম ভি গংগা-বিলাস। ধুবুৰী ভ্ৰমণ সামৰি গুৱাহাটীলৈ যাত্ৰা পথত গোৱালপাৰাৰ সূৰ্য পাহাৰ আৰু সৰ্থেবাৰীলৈয়ো যাব বিদেশী পৰ্যটকসকল। ধুবুৰীত এনিশা
Read More...

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে সৰ্বাধিক দীঘলীয়া নদী ক্ৰজ

নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ দেশৰ পৰ্যটন ক্ষেত্ৰত আন এক নতুন সংযোজন। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাক সামৰিবলৈ সাজু হৈছে দেশৰ এখন উন্নতমানৰ বিলাসী জাহাজ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত শুভাৰম্ভ কৰিলে এম ভি গংগা বিলাসৰ দীঘলীয়া
Read More...