Daily Time Axom
Browsing Tag

Nagaon Police

নগাঁৱৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা, ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ২৫ আগষ্টঃ নগাঁৱৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা৷ ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ৷ বৃহস্পতিবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই প্ৰৱেশ কৰি বিনোদ জৈন নামৰ ব্যৱসায়ী গৰাকীক
Read More...

নিশা কচুৱাৰ সোণাৰুগুৰিত বৰযাত্ৰীক আক্ৰমণঃ দুৰ্বৃত্তই কাঢ়ি নিলে অলংকাৰ, নগদ ধন

নিউজ ডেস্ক, ৩ জুলাইঃ নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত সোনাৰুগুৰিত বৰযাত্রীৰ ওপৰত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। নিশা বিয়া ঘৰৰ পৰা বৰযাত্রীসকলে উভতাৰ পথত কচুৱাৰ সোনাৰুগুৰিৰ দলঙত চাৰিজনীয়া
Read More...

নগাঁও আৰক্ষীত পুনৰ ৰদবদল, ১৭ গৰাকীকৈ আৰক্ষীক কৰা হৈছে ৰদবদল

নিউজ ডেস্ক, ৩১ মে'- নগাঁও আৰক্ষীত পুনৰ ৰদবদল। ১৭ গৰাকীকৈ আৰক্ষীক কৰা হৈছে ৰদবদল। জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাক কামপুৰ আৰক্ষী থানালৈ বদলি কৰা হৈছে। কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিৰাম কলিতাক ৰহা আৰক্ষী থানালৈ
Read More...

জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

নিউজ ডেস্ক, ১৯ মে'- SI জোনমণি ৰাভাৰ মৃত্যুৰ চাঞ্চল্যই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নিতৌ ন ন তথ্য ওলাই পৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে প্ৰকাশ পাইছে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ তথ্য। এই প্ৰতিবেদনত দেহৰ ভিন্ন স্থানত আঘাত
Read More...

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত SI জোনমণি ৰাভা

নিউজ ডেস্ক, ১৬ মে'-ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু SI জোনমণি ৰাভা। জখলাবন্ধাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট’ৰ। জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা।
Read More...

এইবাৰ ধাবাত নাৰীৰ দেহ ব্যৱসায়, আৰক্ষীৰ অভিযানত ৫ যুৱতীসহ ১২ যুৱকক আটক

নিউজ ডেস্ক, ২৪ মাৰ্চঃ নগাঁৱৰ বাইপাছৰ ধাবাত নাৰী দেহ ব্যৱসায় চক্ৰৰ বিৰুদ্ধে অভিযান। দীৰ্ঘদিনৰ পৰা নাৰী দেহৰ বেহা চলি অহা নগাঁৱৰ বৰঘাট বাইপাছৰ ভোগদৈ ধাবাৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৫গৰাকী যুৱতী আৰু ১৭জন যুৱকক। ধাবাখনৰ স্বত্বাধিকাৰী ৰাতুল
Read More...

নগাঁৱত তেলচোৰক আৰক্ষীৰ গুলীচালনা, পলায়নৰ চেষ্টা কৰোতে গুলীচালনা আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ নগাঁৱত নিশা আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ কুখ্যাত তেল চোৰ ইমদাদ আলী। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টাৰ সময়তে গুলীচালনা। নগাঁও আৰক্ষীয়ে বিভিন্ন জিলাৰ পৰা আটক কৰিছিল তেল চুৰি চক্ৰক। তেল চুৰিৰে জড়িত ১০জনক আটক কৰিছিল
Read More...

বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান, পুৱা ৫ বজাৰ পৰা বিভিন্ন স্থানত উচ্ছেদ অভিযান

নিউজ ডেস্ক, ১৯ ডিচেম্বৰঃ সোমবাৰৰ পুৱাৰে পৰা বটদ্ৰৱাৰ বেদখলকৃত ভূমিত নগাঁও জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। বটদ্ৰৱাৰ হাজাৰ হাজাৰ বিঘাৰ ভূমিত চলিল এই উচ্ছেদ অভিযান। ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত হাইডুবি কৃষি বীজফাৰ্ম, ভোমোৰাগুৰি লালুংগাঁও,
Read More...

নগাঁৱৰ ৰূপহীহাটৰ গুণাবাৰীত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ, আহত ৰাজীবুল হক নামৰ এজন সাধাৰণ লোক

নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ নগাঁৱৰ ৰূপহীহাটৰ গুণাবাৰীত ডকাইত আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ। আৰক্ষীৰ গুলীত আহত ৰাজীবুল হক নামৰ এজন সাধাৰণ লোক। আনহাতে আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত জামালউদ্দিন আৰু জহিৰুল ইছলাম। ৰূপহীহাট আৰক্ষী থানাত জেৰা অব্যাহত
Read More...

নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৯ অক্টোবৰঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা। দুই সৰবৰাহকাৰীক লক্ষ্য কৰি এণ্টি নাৰ্ক'টিক স্কোৱাডৰ গুলীচালনা। গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী সুকুৰ আলী, ইক্ৰামূল হুছেইন। মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি টকাৰ মূল্যৰ হেৰ'ইন।
Read More...