Daily Time Axom
Browsing Tag

Nalbari

নলবাৰীৰ আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, অগ্নিকাণ্ডত এজনৰ মৃত্যু

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ নলবাৰীৰ নিজ পকোৱাত অঘটন। এটা ফটকা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ফেক্টৰীটোত হোৱা অগ্নিকাণ্ডত এগৰাকী কৰ্মচাৰীৰ মৃত্যু। ফটকা প্ৰস্তুতৰ সময়তে…
Read More...

এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি

নিউজ ডেস্ক, ২৪ আগষ্টঃ নলবাৰীৰ সাৰথি হাস্পতালত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ৷ নলবাৰীৰ দৰদী বৈশ্য নামৰ এগৰাকী কিশোৰীৰ মৃত্যুক লৈ এই
Read More...

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত স্বামী–স্ত্ৰী

নিউজ ডেস্ক, ২৭ মাৰ্চঃ নলবাৰীৰ মুগকুছিত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰীৰ পৰা বগলচৰোডলৈ অহাৰ পথত As 01EZ 4055 নম্বৰৰ ব্যক্তিগত বাহনখনৰে গৈ থকাৰ সময়ত তীব্ৰ বেগেৰে এডাল গছত খুন্দা মাৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় স্বামী- স্ত্ৰীৰ৷ অৱশ্যে
Read More...

নলবাৰীৰ ৰাজপথত দপদপকৈ জ্বলি ভস্মীভূত হ’ল যাত্ৰীবাহী বাছ

নিউজ ডেস্ক, ২২ মাৰ্চঃ নলবাৰীৰ ৰাজপথত দপদপকৈ জ্বলি ভস্মীভূত হ'ল 'গণপতি' নামৰ যাত্ৰীবাহী বাছখন । জানিব পৰা অনুসৰি, গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী আছিল বাছখন। উল্লেখ্য যে, কথমপি প্ৰাণ ৰক্ষা পৰিলে ২০ জনতকৈয়ো অধিক যাত্ৰী। বাছখনৰ নম্বৰ AS28C
Read More...

নলবাৰী মেডিকেল কলেজলৈ স্বীকৃতি, ৰাষ্ট্রীয় মেডিকেল আয়োগে জনালে অনুমোদন

নিউজ ডেস্ক, ১৫ মাৰ্চঃ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ। প্ৰথম পৰ্যায়ত ১০০ ছাত্ৰ-ছাত্ৰীলৈ নামভৰ্তিৰ অনুমোদন। এই কথা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এটা বছৰত অসমত ৪ খনকৈ নতুন চিকিৎসা মহাবিদ্যালয়
Read More...

নৃশংস হত্যাকাণ্ড, পাষাণ পুত্ৰই হানিখুচি হত্যা কৰিলে জন্মদাত্ৰী মাতৃক

নিউজ ডেস্ক, ২৮ জানুৱাৰীঃ নলবাৰীৰ সাগৰকুছিত পাষাণ পুত্ৰ‌ই হত্যা কৰিলে জন্মদাত্ৰী মাতৃক । নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সাগৰকুছি গাঁৱৰ চন্দি কলিতাৰ পুত্ৰ প্ৰাঞ্জল কলিতাই হানিখুচি হত্যা কৰিলে মাতৃ পূৰ্ণিমা কলিতাক। জানিব পৰা মতে,
Read More...

অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হ’ল সূৰ্য হাজৰিকা

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ আজি ঘোষিত অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ ফলাফল অনুসৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ সূৰ্য হাজৰিকা সভাপতি হিচাবে নিৰ্বাচিত হৈছে৷ সভাপতি পদত প্ৰাৰ্থীত্ব
Read More...

আজি ঘোষণা হ’ব অসম সাহিত্যসভাৰ নিৰ্বাচনী ফলাফল

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ আজি নলবাৰীত অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব। নলবাৰী জিলা পুথিভঁৰালত অসমৰ ৭৮৪ টা শাখাই প্ৰদান কৰা ভোট গণনা কৰা হ’ব। দিনৰ ১২ বজাৰ পৰা ভোটগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। অৱসৰী প্ৰশাসনিক বিষয়া হৰেন্দ্ৰ নাথ
Read More...

সমন্বয় আৰু একতাৰ বাৰ্তাৰে নলবৰীয়াৰ প্ৰাণৰ উৎসৱ ৰাস মহোৎসৱ

আজি পুৱা ৮-৩০ বজাত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ শস্য আৰু বৃক্ষৰোপন নিগমৰ অধ্যক্ষ অশোক শৰ্মা আৰু ৮৯ তম পৱিত্ৰ ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কাৰ্যসূচীৰ
Read More...

আজিৰে পৰা আৰম্ভ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

নিউজ ডেস্ক, ৭ নৱেম্বৰঃ আজিৰে পৰা আৰম্ভ হ’ল ৰাস মহোৎসৱ । সমগ্ৰ ৰাজ্যতে উদুলি-মুদুলি পৰিৱেশ। আজি শ্ৰীকৃষ্ণৰ অলৌকিক আৰু পাৰমাৰ্থিক লীলাক সুঁৱৰিব ভক্তগণে। প্ৰান্তে প্ৰান্তে আৰম্ভ হ’ব অলেখ লীলাৰ দৃষ্টিনন্দন প্ৰদৰ্শন। আজি নিশাৰে পৰা জীপাল হৈ
Read More...