নলবাৰী মেডিকেল কলেজলৈ স্বীকৃতি, ৰাষ্ট্রীয় মেডিকেল আয়োগে জনালে অনুমোদন
নিউজ ডেস্ক, ১৫ মাৰ্চঃ নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ। প্ৰথম পৰ্যায়ত ১০০ ছাত্ৰ-ছাত্ৰীলৈ নামভৰ্তিৰ অনুমোদন।
এই কথা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এটা বছৰত অসমত ৪ খনকৈ নতুন চিকিৎসা মহাবিদ্যালয়!-->!-->!-->…
Read More...
Read More...