Daily Time Axom
Browsing Tag

Narendra Modi

লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক

নিউজ ডেস্ক, ২২ চেপ্তেম্বৰঃ লোকসভাৰ পিছত ৰাজ্যসভাতো গৃহীত হ'ল মহিলাৰ আসন সংৰক্ষণ বিধেয়ক। বিধেয়কখনৰ সপক্ষে ভোটদান ২১৫ গৰাকী সাংসদৰ বিপৰীতে বিপক্ষে এটাও ভোট নপৰিল।সৰ্বসন্মতিক্ৰমে ৰাজ্যসভাত গৃহীত হ'ল নাৰী শক্তি বন্দন অধিনিয়ম।দুয়োখন সদনতে গৃহীত
Read More...

নতুন দিল্লীত আজিৰে পৰা G-20 শীৰ্ষ সন্মিলন

নিউজ ডেস্ক, ৯ চেপ্তেম্বৰঃ আজি নতুন দিল্লী অনুষ্ঠিত হৈছে জি-২০ৰ শীৰ্ষ সন্মিলন। ৩০খন দেশ তথা ১৪টা আন্তৰ্জাতিক সংস্থাই অংশ লৈছে এই সন্মিলনত।G-20 শীৰ্ষ সন্মিলন শুভাৰম্ভ হ’ব ভাৰত মণ্ডপমত। ইতিমধ্যে এই সন্মিলনত অংশগ্ৰহণৰ বাবে কেইবাখনো দেশৰ
Read More...

২৩ আগষ্টৰ দিনটোক National Space Day হিচাপে পালন কৰা হ’বঃ ISROত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্ক, ২৬ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয়।বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয়। ISROৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ
Read More...

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সলৈ প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, ১৩ জুলাইঃ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই ভ্ৰমণৰ সময়চোৱাত মোডীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। INS বিক্ৰান্তৰ বাবে ২৬ খন
Read More...

পুৱাই প্ৰধানমন্ত্ৰীৰ দিল্লীৰ বাসগৃহৰ ন’ ফ্লাইং জ’নত উৰিল ড্ৰোন

নিউজ ডেস্ক, ৩ জুলাইঃ পুৱাই প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওপৰত পৰিলক্ষিত হ’ল ড্ৰোণ। নিৰাপত্তীৰক্ষীয়েও এই বিষয়ে একো তথ্য লাভ কৰা নাই। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱন ন’ফ্লাইং জ’নৰ
Read More...

আজি শুভাৰম্ভ হ’ব ‘বন্দে ভাৰত এক্সপ্ৰেছ’

নিউজ ডেস্ক, ২৯ মে'- আজি শুভাৰম্ভ হ'ব 'বন্দে ভাৰত এক্সপ্ৰেছ'। ১২ বজাত ভিডিঅ' কনফাৰেন্সিংযোগে শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে। মুকলি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
Read More...

হিৰোচিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক, ২০ মে'- জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ আমন্ত্ৰণত জি-৭ সন্মিলনত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে জাপানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শনিবাৰে হিৰোচিমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মোদীয়ে। তেওঁ কয়, ‘হিৰোচিমাৰ
Read More...

আজি দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলাৰ বিশাল আয়োজন

নিউজ ডেস্ক, ১৬ মে'- আজি অনুষ্ঠিত হৈছে প্রধানমন্ত্রী ৰোজগাৰ মেলা। দেশৰ ৭১ হাজাৰ নিবনুৱাক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰা হ’ব। দিনৰ ১০.৩০ বজাৰ পৰা দেশৰ ৪৫টা কেন্দ্রত আয়োজন এই কাৰ্যসূচীৰ।ভিডিঅ' কনফাৰেন্সিংযোগে অনুষ্ঠানত অংশ ল'ব
Read More...

আজি প্রধানমন্ত্রীৰ ‘মন কী বাত’ৰ ১০০ সংখ্যক খণ্ড

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' অনুষ্ঠানৰ আজি ১০০ সংখ্যক খণ্ড। দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’ব এই ১০০ সংখ্যক খণ্ড। ‘‘মন কি বাত’’ৰ প্ৰথম খণ্ড ২০১৪ চনৰ ৩ অক্টোবৰত সম্প্ৰচাৰিত হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে
Read More...

কেৰেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যানবাহন আইন অমান্য কৰাৰ অভিযোগ

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে কেৰেলাৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মটৰ পৰিবহন বিভাগৰ ওচৰত অভিযোগ।প্ৰধানমন্ত্ৰীগৰাকীয়ে যানবাহন আইন অমান্য কৰাৰ অভিযোগ এজন লোকৰ। দুদিনীয়া ভ্ৰমণসূচীৰে কেৰাললৈ যোৱা প্ৰধানমন্ত্ৰী
Read More...