Daily Time Axom
Browsing Tag

NDRF

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন। বাগমতী নদীত ডুবিল স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা এখন নাও। নাওখনত আছিল প্ৰায় ৩৪টাকৈ শিশু।বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান অব্যাহত
Read More...

পঞ্জাৱৰ লুধিয়ানাৰ গিয়াচপুৰাত ভয়ংকৰ ঘটনা, গেছ নিৰ্গমনৰ ফলত মৃত্যু ৬জন লোকৰ

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ পঞ্জাৱৰ লুধিয়ানাৰ গিয়াচপুৰাত ভয়ংকৰ ঘটনা৷ গেছ নিৰ্গমনৰ ফলত মৃত্যু হৈছে ৬জন লোকৰ, অসুস্থ ১০জনৰো অধিক লোক৷ দেওবাৰে লুধিয়ানাৰ এটা কাৰখানাত গেছ নিৰ্গমনৰ ফলত এই ঘটনা সংঘটিত হয়। অসুস্থসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়ত
Read More...