তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰকমূহুৰ্তত ব্যস্ত পথলৈ ওলাই আহিল পুৰুষ মহিলা শিশু!
কিমান উন্নয়ন হৈছে নলবাৰী জিলাৰ বৰভাগৰ একাংশ অঞ্চলত?
পথৰ দূৰৱস্থাৰ বাবে বিদ্যালয়লৈ যাব নোৱাৰে কণ কণ শিশুকে ধৰি ছাত্ৰ ছাত্ৰী!
অঞ্চলটোলৈ বিবাহ কৰাবলৈও নাহে দৰা!
নলবাৰী জিলাৰ কৰিয়া বিজুলিঘাট হৈ আদাবাৰীলৈ যোৱা পথটি মেৰামতি কৰাৰ দাবীত ওলাই…
Read More...
Read More...