Daily Time Axom
Browsing Tag

New Delhi

ৰক্তচাপ নিয়ন্ত্ৰণত নাই যদি কিছুমান ঘৰুৱা কৌশল অনুসৰণ কৰক!

ৰক্তচাপ আমাৰ জীৱনৰ এটা সাধাৰণ ৰোগৰ দৰে। পৰিৱৰ্তিত জীৱনশৈলীৰ জৰিয়তে স্বাভাৱিক ৰক্তচাপ বজাই ৰখা সম্ভৱ। যেতিয়া ৰক্তচাপ অতি উচ্চ মাত্ৰাত উপনীত হয় তেতিয়া বিভিন্ন ৰোগৰ আশংকা বাঢ়ি যায়। যেনে বুকুৰ বিষ, মূৰ ঘূৰোৱা, বমি, দৃষ্টিশক্তি কমা বা…
Read More...

গাজাৰ পৰা ধ্বংসাৱশেষ আঁতৰাবলৈ ১৪ বছৰ সময় লাগিবঃ ৰাষ্ট্ৰসংঘৰ দাবী

পেলেষ্টাইনী গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণৰ ফলত সৃষ্টি হোৱা বিপুল পৰিমাণৰ ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে আঁতৰাবলৈ ১৪ বছৰ সময় লাগিব পাৰে। শুকুৰবাৰে ৰাষ্ট্ৰসংঘই এই দাবী কৰিছে। জেনেভাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনৰ মতে, যুদ্ধৰ ফলত ঘন জনবসতিপূৰ্ণ…
Read More...

লংকাৰ নখুটি খাগৰিজানত অৱস্থিত “আদৰ্শ মৰ্কজ একাডেমী,নখুটি”নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ…

২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলৰে উজ্বলিছে বিদ্যলয়খন। বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থবাৰৰ বাবে অৱতীৰ্ণ হোৱা মুঠ ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ২৪ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে।…
Read More...

ভাৰতৰ পৰা ৰপ্তানি কৰা খাদ্য সামগ্ৰীত ‘কেন্সাৰ পইজন’ বিচাৰি পাইছে ইউৰোপীয় ইউনিয়নে

ভাৰতীয় খাদ্য সামগ্ৰীত ‘কেন্সাৰ পইজন’ বিচাৰি পাইছে! ইউৰোপীয় সংঘৰ খাদ্য সুৰক্ষা বিভাগে এনে অভিযোগ উত্থাপন কৰিছে। ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈকে ভাৰতৰ পৰা ৰপ্তানি কৰা কমেও ৫২৭ টা খাদ্য সামগ্ৰীত ‘বিষ’ পোৱা বুলি অভিযোগ উত্থাপন…
Read More...

আমেথি-ৰায় বৰেলীত মনোনয়ন পোৱাৰ পূৰ্বে অযোধ্যাৰ ৰামলালা দৰ্শনত যাব ৰাহুল-প্ৰিয়ংকা! জল্পনা-কল্পনা…

কংগ্ৰেছে বৰ্জন কৰিছিল ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। কিন্তু উত্তৰ ভাৰতত নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে সেই ৰামলালাৰ আশ্ৰয় ল’ব লগা হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ…
Read More...

ৰাছিয়াৰ উপ-ৰক্ষামন্ত্ৰীক আটক

আটক ৰাছিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী টাইমুৰ ইভানভ। বিগত আঠ বছৰ ধৰি উপ-ৰক্ষা মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ ৰাছিয়াৰ সামৰিক আন্তঃগাঁথনি প্ৰকল্পৰ দায়িত্বত আছিল। অৱশেষত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। ৰাছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০১৬ চনত…
Read More...

সুৰেশ বৰাৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গীত-নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লাহৰীঘাট সমষ্টিবাসীক এখন science college স্থাপন, মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ,কলেজীয়া ছাত্ৰীলৈ আৰ্থিক বৰঙণি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিশেষকৈ লাহৰীঘাট…
Read More...

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলিল মুকালমুৱা বৰলিয়াপাৰস্থিত…

২০২২ চনত স্থাপিত হোৱা ৰয়েল গ্লৱেল একাডেমী খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল ১০ গৰাকী ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ প্ৰথম বৰ্ষটিত অৱতীৰ্ণ হোৱা মুঠ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১ গৰাকীয়ে ষ্টাৰ,৮ গৰাকী প্রথম আৰু ১…
Read More...

মহাৰাষ্ট্ৰত বিজেপি বিৰোধী মিত্ৰতা চূড়ান্ত

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ঘণ্টাধ্বনি বাজি উঠিছে। কিন্তু মহাৰাষ্ট্ৰত আসনৰ ৰেফলিঙৰ সমস্যা শেষ হোৱা নাই। অৱশেষত গঠন হ’ল এটা জোঁট। মহাৰাষ্ট্ৰৰ মুঠ আসন ৪৮ খন। বিৰোধীয়ে তাত আসন বতৰা কৰি যুঁজ দিব। শিৱসেনাৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ…
Read More...

বৰক্ষেত্ৰীৰ চাউলখোৱাৰ ছাত্ৰীৰ সাফল্য

Dise code থকা বিদ্যালয়ত নামভৰ্তি নকৰিলে কি হ'ব পাৰে আপোনাৰ সন্তানৰ? নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভৈৰাঘোলস্থিত "জনকল্যাণ জাতীয় বিদ্যালয়ে" সুখ্যাতিৰে সাত-আঠ বছৰ সম্পূৰ্ণ কৰিছে। আৰম্ভণিৰে পৰা ইউ ডাইছ ক'ড থকা এই বিদ্যালয়খনে…
Read More...