Daily Time Axom
Browsing Tag

New Delhi

নেমুৰ বাকলি পেলাব নালাগে, পাকঘৰ চাফা কৰাৰ বাবে ই অতি উত্তম

নেমুটো চেপি লোৱাৰ পিছত প্ৰায়ে আৱৰ্জনাত পেলাই দিয়া হয় বাকলিটো। নেমুৰ বাকলি বহু ধৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ দ্বাৰা পাকঘৰ চাফা কৰিব পাৰি। নেমুৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি। চাওক... - কেটলিটো ভালদৰে চাফা কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব…
Read More...

টাইৱানৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ৭, আহত ৭৩০ জনলৈ বৃদ্ধি

১৯৯৯ চনৰ পিছত ২০২৪ চনত। ২৫ বছৰৰ পাছত টাইৱানত ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল। বুধবাৰে পুৱা প্ৰবল কঁপনিৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭লৈ বৃদ্ধি পায়। আহত হৈছে কমেও ৭৩০ জন লোক। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বুধবাৰে পুৱা প্ৰায় ৮…
Read More...

জুডিথ কংগোৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী

মধ্য আফ্ৰিকান ৰিপাব্লিক অৱ কংগোৰ ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে। সোমবাৰে তেওঁ পৰিকল্পনা মন্ত্ৰী জুডিথ চুমিনৱাক কংগোৰ প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰে। বিদায়ী প্ৰধানমন্ত্ৰী জিন মিচেল ছামা…
Read More...

হতাশাৰ ফলত পেটৰ বেমাৰ হব পাৰে!

ব্যস্ত জীৱনৰ অন্যতম সংগী হ’ল বিৰক্তি। এতিয়া মুকলিকৈ কথা পাতিবলৈ কাৰো সময় নাই কিন্তু তাৰ কোনো সমাধানো নাই। বৰঞ্চ দিনৰ পিছত দিন হতাশা আৰু উদ্বেগ আহি পৰিছে সকলোৰে জীৱনলৈ। বহু সমস্যাই মানসিক, স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। চিকিৎসকৰ মতে,…
Read More...

পঞ্চাশতো গ্লেমাৰাছ মালাইকা অৰোৰা, বিশ্বাস হয়নে

বলীউডৰ "চাইয়া চাইয়া" গাৰ্ল ! তেওঁৰ ৫০ বছৰ বয়সতো ৰূপে সকলোৰে চকু কপালত তুলিছে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত তেওঁৰ বডি বিল্ডিং ভিডিঅ’ পোষ্ট কৰি অনুৰাগীৰ বুকুত খুন্দা মাৰিছে। মেচিং জিমৰ কাপোৰ পিন্ধি কিছুমান শক্তিশালী আসনৰ অভ্যাস কৰি আছে। কি কি…
Read More...

কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

১০ নং কাজিৰঙা লোকসভা সমষ্টিত বিজেপিৰ নিৰ্বাচনী ৰণডংকা। শাসকীয় দল বিজেপিৰ মিত্ৰজোঁটৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মন্ত্ৰী গৰাকীয়ে বিয়লি নিৰ্বাচনী সৰুপথাৰ বিধানসভা সমষ্টিৰ…
Read More...

শিৱসাগৰ আৰু ডিমৌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত এনেদৰে আজি দেখা পোৱা গ'ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক | এই নিৰ্বাচনী সভাত…
Read More...

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আপৰ প্ৰাক্তন সাংসদ

আপৰ একমাত্ৰ লোকসভাৰ সাংসদগৰাকীয়ে কিছুদিন পূৰ্বে গেৰুৱা শিবিৰত যোগদান কৰিবলৈ দল এৰি থৈ গৈছিল, লগতে বিজেপিত যোগদান কৰিছিল এজন বিধায়কেও। এইবাৰ কংগ্ৰেছত যোগদান কৰিছে আপৰ প্ৰাক্তন সাংসদগৰাকী আৰু প্ৰাক্তন বিধায়কগৰাকীয়ে। সোমবাৰে পঞ্জাৱৰ…
Read More...

প্ৰেমৰ প্ৰলোভনেৰে নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগ

অভিযুক্তক জেললৈ প্ৰেৰণ। কিছুদিন পূৰ্বে হাহচৰা গাৱৰ জিকিৰুল ইছলম নামৰ লম্পট যুৱক এজনে একেখন গাঁৱৰে এগৰাকী ১৬ বছৰীয়া যুৱৰীক প্ৰেমৰ প্ৰলোভনেৰে শাৰীৰিক নিৰ্যাতন কৰাত অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিজৰে সম্পৰ্কীয় যুৱক যিকিৰুল…
Read More...

দাঁতৰ যত্ন নল’লে হৃদৰোগো হ’ব পাৰে!

নিয়মিতভাৱে দাঁত ব্ৰাছ নকৰিলে দাঁতৰ ক্ষতি হয় বুলি আপুনি ভাবেনে? কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ডায়েবেটিছ, হৃদৰোগ আনকি কেন্সাৰৰ সৈতেও দাঁতৰ স্বাস্থ্যৰ সম্পৰ্ক আছে। ইয়াত পুৰুষসকল মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই সকলোবোৰ…
Read More...