Daily Time Axom
Browsing Tag

New Delhi

সৰভোগত আকাশ সাহাৰ সত্যৰ প্ৰকাশ নামৰ গ্ৰন্থৰ প্ৰচাৰৰ বাবে স্থানীয়ভাৱে পুনৰ উন্মোচন

বৰপেটা জিলাৰ সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোঁসাই থানত সৰভোগৰ চকচকা বজাৰৰ যুৱক তথা নৱ-প্ৰজন্মৰ লিখক আকাশ সাহাৰ প্ৰথম প্ৰয়াস “সত্যৰ প্ৰকাশ” নামৰ গ্ৰন্থখন উন্মোচন কৰে,এই গ্ৰন্থখন অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ভৱানন্দ পাঠকে…
Read More...

চামগুৰিৰ ননৈ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

নগাঁৱৰ ৰঙামাটিৰ ননৈ চাহবাগিছাত আজি পুৱাৰে পৰা এটা জৰাজীৰ্ণ আৰু কদৰ্যময় পথক কেন্দ্ৰ কৰি পাঁচশতাধিক চাহশ্ৰমিকে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতি ৷ ৰাজ্য চৰকাৰৰ অনিহাত দীৰ্ঘদিনৰে পৰা কঁঠালগুৰি আৰু পুৰণা শালনাহৈ আমনি সংযোগী প্ৰায় ৩০…
Read More...

২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ

তামিলনাডুৰ আইডল উইং চিআইডিয়ে ২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ কৰাৰ লগতে ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে মূৰ্তিসমূহ পোৱা বুলি দাবী কৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে। শনিবাৰে থাঞ্জাভুৰৰ পেৰিয়াৰ সমথুৱপুৰম বাছ ষ্টপত এখন গাড়ী আটক…
Read More...

শিৱসাগৰৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত মুকলি হ’ল ঐক্যৰ সত্ৰীয়া সংগীত…

শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁতধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু…
Read More...

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে নেকি

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে আছেনে? সকলোৱেই আপোনাৰ ওচৰত আছে বুলি ভাবি দুখ পায় নেকি? আপুনি অনুভৱ কৰে নেকি যে আপোনাৰ সৰলতাৰ সুযোগ আনে লৈছে? এই পৰিস্থিতিত থেৰাপিষ্টসকলে আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিয়ে। সেইটো কেনেকৈ কৰিব?…
Read More...

৮১খন আসনৰ বিধানসভাৰ ৪৫ গৰাকী বিধায়কৰ হেমন্তৰ ওপৰত আছে আস্থা

ভূমি কেলেংকাৰীৰ দুৰ্নীতিৰ গোচৰত জেলত ভৰ্তি হৈছিল। জেলৰ পৰা উভতি অহাৰ পিছত মিত্ৰজোঁটৰ অংশীদাৰসকলে বিশ্বাস কৰা হেমন্তই ৪ জুলাইত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু শপত লোৱাৰ পিছতো হেমন্তই ট্ৰাষ্ট ভোটৰ সন্মুখীন হ’বলগীয়া হৈছে। যোৱা…
Read More...

উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰিলে NEET প্ৰশ্ন ফাদিল

NEET প্ৰশ্ন ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ অভিযোগে সমগ্ৰ দেশ অস্থিৰ কৰি তুলিছে। ইফালে, সোমবাৰে দেশৰ শীর্ষ আদালতে স্বীকাৰ কৰে যে নেট প্রৱেশ পৰীক্ষাত প্রশ্ন ফাদিল হৈছে৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে প্ৰশ্নটো ফাদিল হৈছে, ইয়াত কোনো সন্দেহ নাই।…
Read More...

কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ আজি ষষ্ঠটো দিন

সামকাটিছে বান পৰিস্থিতি। সংহাৰী বানে তচনচ কৰিলে ৩২খনকৈ গাঁও।এতিয়াও শিৱিৰতে দিন পাৰ কৰিবলগা হৈছে বন্যাৰ্তই। বানৰ এই সময়ছোৱাত প্ৰায়েই দেখা দিয়ে জ্বৰ¸চৰ্দী¸কাঁহ¸ডায়েৰীয়াকে ধৰি অনান্য বেমাৰ। বন্যাৰ্তৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ তৎপৰ…
Read More...

বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে

বৃহস্পতিবাৰে পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদলৈ উভতি আহে হেমন্ত ছ’ৰেনে। আজি বিয়লি ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলৰ মুৰব্বী ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শেহতীয়াকৈ পাঁচ মাহ কাৰাগাৰত কটোৱা হেমন্ত ছ’ৰেনক মুকলি কৰি দিয়া হৈছে।…
Read More...

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰৰ

বিগত দুদিনে বান কিছু পৰিমানে হ্ৰাস পাইছে যদিও এই ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে গৃহহীন কৰিছে বহু লোকক। ব্ৰহ্মপুত্ৰৰ বানে ক্ষতিসাধন কৰি পানীৰে ডুবাইছে বিভিন্ন বিদ্যালয়, অংগনবাদী কেন্দ্ৰকে আদি কৰি নদী কাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ লোকৰ ঘৰ-বাৰী।…
Read More...