Daily Time Axom
Browsing Tag

North East

মণিপুৰত অব্যাহত আছে হিংসা, ৰাজ্যখনত ৫ দিনৰ বাবে স্থগিত ৰখা হৈছে ইন্টাৰনেট

নিউজ ডেস্ক, ৪ মে'- মণিপুৰত বুধবাৰে জনজাতীয় গোটসমূহে অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। এই আন্দোলনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতেই ৰাজ্যখনৰ আঠখন জিলাত সান্ধ্য
Read More...

নাথুলাত আৱদ্ধ ৪০গৰাকী পৰ্যটকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান BROৰ

নিউজ ডেস্ক, ২ মে'- নাথুলাত আৱদ্ধ ৪০গৰাকী পৰ্যটকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান সীমান্ত পথ সংস্থা (BRO)ৰ। ধাৰাষাৰ বৰষুণৰ ফলত আৱদ্ধ হৈ পৰে পৰ্যটকসকল। সোমবাৰে সীমান্ত পথ সংস্থাই ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ নাথুলাত আৱদ্ধ হৈ থকা ৪০ গৰাকী পৰ্যটকক
Read More...

মণিপুৰৰ চোৰাছান্দপুৰ জিলাত ইণ্টাৰনেট কৰ্তন, জাৰি কৰিলে ১৪৪ ধাৰা

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মনিপুৰৰ চোৰাছান্দপুৰ জিলাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ইয়াৰপিছতেই ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তনৰ লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। পুৱা ৮ বজাৰ পৰা ITLFৰ ৮ ঘণ্টীয়া জিলা বন্ধ ঘোষণা। এই বন্ধৰ প্ৰাক সন্ধ্যা
Read More...

আজি তৃতীয় পৰ্যায়ৰ পি এম ৰোজগাৰ মেলা, ৩৮টা বিভাগত ৭১ হাজাৰ নিবনুৱাক নিযুক্তি

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ আজি দেশজুৰি প্ৰধানমন্ত্ৰী ৰোজগাৰ মেলা অনুষ্ঠিত হৈছে। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৮টা বিভাগত ৭১ হাজাৰ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰিব। সেই অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ
Read More...

দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ-পূবলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। ১২.৪০ বজাত বিশেষ বিমানেৰে ডিব্ৰুগড় পাবহি অমিত শ্বাহ। ১২.৪৫ বজাত অৰুণাচললৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে প্ৰথমবাৰ
Read More...

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ সু-খবৰ! ১ লাখ নিবনুৱালৈ আৰ্থিক সাহায্য চৰকাৰৰ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ সু-খবৰ। ৰাজ্যৰ ১ লাখ নিবনুৱাক আৰ্থিক সাহায্য দিব চৰকাৰে। ১ লাখ নিবনুৱাক ২ লাখকৈ টকা দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। কোনো বেংকৰ গেৰান্টী নোহোৱাকৈ এই সাহায্য দিব চৰকাৰে। ৰাজ্য চৰকাৰে নিবনুৱা
Read More...

শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ৩জনকৈ লোকৰ থিতাতে মৃত্যু, গুৰুতৰভাৱে আহত ২জন

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ এক শোকাৱহ পথ দুৰ্ঘটনা৷ পুৱতি নিশা দুধনৈৰ ফফলত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত তিনিজনকৈ লোক৷ এটি কিশোৰসহ এগৰাকী মহিলা সংকটজনক অৱস্থাত চিকিৎসাধীন৷ তীব্ৰবেগী কুইড বাহনে ট্ৰাকৰ পাছফালে খুন্দা মৰাৰ ফলত দুধনৈত সংঘটিত হয়
Read More...

ছিকিমত ভয়ংকৰ হিমস্খলন, ৮০ জনৰো অধিক লোক বৰফৰ মাজত আৱদ্ধ

নিউজ ডেস্ক, ৪ এপ্ৰিলঃ ছিকিমত ভয়ংকৰ হিমস্খলন। হিমস্খলনত এই পৰ্যন্ত প্ৰাণ গ'ল ৬ জন লোকৰ। এতিয়াও বৰফৰ মাজত আৱদ্ধ হৈ আছে ৮০ জনৰো অধিক লোক। ছিকিমৰ বিখ্যাত পৰ্যটনস্থলী গেংকটকত সংঘটিত হৈছে এই ঘটনা। এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, যি স্থানত
Read More...

আজি ওদালগুৰিৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

নিউজ ডেস্ক, ২ এপ্ৰিলঃ আজি ওদালগুৰিৰ পানেৰী চাহ বাগিচাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। চাহ উদ্যোগৰ ২০০ বছৰ বৰ্ষপূৰ্তি উপলক্ষে এই সিদ্ধান্ত। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত আয়োজন কৰা হৈছে কেবিনেট বৈঠকৰ। অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সমষ্টি
Read More...

তেজপুৰ কঁঠালগুৰী চাহ বাগিছাত অঘটন, কৰ্মৰত অৱস্থাত দুই শ্রমিকৰ মৃত্যু

নিউজ ডেস্ক, ৩১ মাৰ্চঃ তেজপুৰৰ কঁঠালগুৰি চাহ বাগিছাত অঘটন৷ টিন ভাগি তলত পৰি থিতাতে নিহত ২ শ্ৰমিক৷ কলটোৰ টিনপাট মেৰামতি কৰিবলৈ গৈছিল ২ শ্ৰমিক৷ হঠাৎ টিন ভাগি তলত পৰে শ্ৰমিক দুজন৷ কৰ্মৰত অৱস্থাত থকা দুই শ্রমিকৰ মৃত্যুৰ ঘটনাই জোকাৰিছে সমগ্ৰ
Read More...