Daily Time Axom
Browsing Tag

North East

এক অমানৱীয় ঘটনা! পিতৃৰ লাঠীৰ কোবত মৃত্যু ৪ মহীয়া দেৱশিশুৰ

নিউজ ডেস্ক, ৩১ মাৰ্চঃ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত এক অমানৱীয় ঘটনা৷পিতৃৰ লাঠীৰ কোবত মৃত্যু ৪ মহীয়া দেৱশিশুৰ৷ পিতৃৰ প্ৰহাৰত মৃত্যু হোৱা চাৰিমহীয়া শিশুটিৰ নাম ৰুমী খাতুন। স্বামী-স্ত্ৰীৰ কাজিয়াৰ মাজতে সংঘটিত হয় এই নৃশংস ঘটনা৷ ঘটনাৰ খবৰ
Read More...

বিধানসভা চলি থাকোতেই পৰ্ণ ভিডিঅ’ চোৱাত ব্যস্ত ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱ লাল নাথ

নিউজ ডেস্ক, ৩০ মাৰ্চঃ এইবাৰ বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ' চালে বিজেপি বিধায়কে। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশনৰ সময়তে মোবাইলত পৰ্ণ ভিডিঅ’ চালে বিজেপি বিধায়ক যাদৱ লাল নাথে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিধায়কজনৰ এই
Read More...

নিৰাপত্তাৰক্ষীক হত্যা কৰি থানাৰ পৰা পলায়ন ২ দুৰ্ধৰ্ষ কয়দী

নিউজ ডেস্ক, ২৭ মাৰ্চঃ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ খোনছা কাৰাগাৰত ভয়ংকৰ ঘটনা। কনিষ্টবলক গুলীয়াই হত্যা কৰি পলায়ন দুই কয়দীৰ। পলায়ন কৰা কয়দী দুটা NSCN K(NS)ৰ কেডাৰ বুলি জানিব পৰা গৈছে। কয়দী দুজনৰ নাম ৰকচেন হোমচা লোৱাং আৰু টিটপু কিটনিয়া। দুই
Read More...

মেঘালয়ৰ নংপোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পৰে এখন নৈশ বাছ

নিউজ ডেস্ক, ২১ মাৰ্চঃ মেঘালয়ৰ নংপোত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে আহত লোকসকলৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।আহতসকলক নিশাই স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এখন নৈশ বাছ
Read More...

অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ

নিউজ ডেস্ক, ১৬ মাৰ্চঃ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ । পশ্চিম ব’মডিলাৰ মান্দালাত সংঘটিত হৈছে এই ঘটনা। পুৱা ৯.১৫ বজাত এ টি চিৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল হেলিকপ্টাৰখনৰ। চিতা হেলিকপ্টাৰখনৰ সন্ধানত ইতিমধ্যেই অভিযান আৰম্ভ
Read More...

আগন্তুক ৩-৪ দিনলৈ ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত, ধুমুহা

নিউজ ডেস্ক, ১৫ মাৰ্চঃ আগন্তুক ৩-৪ দিনলৈ হ'ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে । ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাত,শিল বৰষুণ অহাৰ সম্ভাৱণা আছে। এই এলাৰ্ট জাৰি কৰিছে বতৰ
Read More...

দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ডঃ মাণিক সাহাই

নিউজ ডেস্ক, ৮ মাৰ্চঃ আজি আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত মানিক সাহাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি
Read More...

গুৱাহাটীত পুৱতি নিশা ৩.৫৯ বজাত ৩.২ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি

নিউজ ডেস্ক, ৮ মাৰ্চঃ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত ভূমিকম্পৰ জোকাৰণি । পুৱতি নিশা প্ৰায় ৩.৫৯ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলা। ভূপৃষ্ঠৰ পৰা ১০
Read More...

ইতিহাস ৰচিলে ছালহাওতোনো ক্ৰুছেই, নাগালেণ্ডত প্ৰথমবাৰলৈ মন্ত্ৰী ৰূপে শপত ল’লে মহিলাই

নিউজ ডেস্ক, ৭ মাৰ্চঃ ইতিহাস ৰচিলে ছালহাওতোনো ক্ৰুছেই। ৰাজ্য গঠনৰ পিছত নাগালেণ্ডত প্ৰথমবাৰলৈ মন্ত্ৰী ৰূপে শপত ল'লে মহিলাই। চলিত নিৰ্বাচনত প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল দুগৰাকী মহিলাই। আনহাতে, ৰিঅ’ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকল
Read More...

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নেফিঅ’ ৰিঅ’ৰ

নিউজ ডেস্ক, ৭ মাৰ্চঃ আজি নাগালেণ্ড চৰকাৰৰ শপতগ্ৰহণ। পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নেফিঅ’ ৰিঅ’ই। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শপত ল’লে ১২জনীয়া মন্ত্ৰীসভাই। নাগালেণ্ডৰ কোহিমাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মঞ্চত প্ৰধানমন্ত্ৰী
Read More...