Daily Time Axom
Browsing Tag

North East

দ্বিতীয়বাৰলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই

নিউজ ডেস্ক, ৭ মাৰ্চঃ মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড চাংমাই। শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে এই অনুষ্ঠানত উপস্থিত থাকে
Read More...

৭ আৰু ৮ মাৰ্চত গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কামৰূপ মহানগৰ প্ৰশাসনৰ

নিউজ ডেস্ক, ৬ মাৰ্চঃ ৭ আৰু ৮ মাৰ্চত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কামৰূপ মহানগৰ প্ৰশাসনৰ। এই দুটা দিনত গুৱাহাটীত উৰুৱা নোৱাৰিব কোনো ড্ৰোণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি। মেঘালয়, নাগালেণ্ড আৰু
Read More...

ভয়ংকৰ ঘটনা! সুৰামত্ত মিজো আৰক্ষী জোৱানৰ গুলীত প্ৰাণ গ’ল দুই সতীৰ্থ আৰক্ষীৰ

নিউজ ডেস্ক, ৬ মাৰ্চঃ অসম-মিজোৰাম সীমান্তত গুলীচালনা। দুই সহকৰ্মীক গুলীয়াই হত্যা এজন মিজো আৰক্ষী জোৱানৰ। মিজোৰামৰ বুৱাৰচেপ পেট্ৰ’ল পাম্পত এই ঘটনা। সুৰামত্ত অৱস্থাত জোৱানজনে গুলীয়াই সহকৰ্মীক। নিহত হয় জে লালৰোহলুৱা আৰু ইন্দ্ৰ কুমাৰ ৰায়।
Read More...

নাগালেণ্ডত নিৰ্বাচনী সংঘাত, দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনকেন্দ্ৰীক হিংসা। ৪০নং ভাণ্ডাৰী সমষ্টিৰ অল্ড আক’কত গুলীবৰ্ষণৰ ঘটনা। NPP আৰু NPFৰ মাজত সংঘৰ্ষ। NPFৰ সমৰ্থকে NPPৰ কৰ্মীক গুলীয়াই আহত কৰাৰ অভিযোগ। আনহাতে, নাগালেণ্ডৰ
Read More...

মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা, বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ মেঘালয়ৰ নংপোত ভয়াৱহ দুৰ্ঘটনা। বৰমাৰ চেণ্ট জনছ স্কুলৰ অধ্যক্ষ-শিক্ষকসহ ৬গৰাকীৰ মৃত্যু। এখন ব’লেৰত তীব্ৰবেগী চিমেণ্টভৰ্তি ট্ৰাকে খুন্দা মাৰি ব’লেৰখনৰ ওপৰত পৰি যোৱাৰ সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত
Read More...

আজি মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আজি নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা দুয়োখন ৰাজ্যত আৰম্ভ হৈছে ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ আৰম্ভ চলি আছে। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া
Read More...

মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত প’লিং বিষয়া

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ মেঘালয়ত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত প’লিং বিষয়া ছেচান চন্দ্ৰ মাৰাক। আহত হৈছে ২জন BSFৰ জোৱান আৰু এগৰাকী গৃহৰক্ষী জোৱানো। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মহিন্দ্ৰা পিকআপ ভানখন। টিক্ৰিকিল্লাৰ জাংৰাপাৰা
Read More...

নিৰ্বাচনী প্ৰচাৰৰ বাবে নাগালেণ্ডত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ২৪ ডিচেম্বৰঃ ডিমাপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচাৰ অভিযান । NDPP-বিজেপি মিত্ৰজোঁটৰ হৈ প্ৰচাৰ প্ৰধানমন্ত্ৰীৰ। আজি নাগালেণ্ডত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছুমুকেডিমাত
Read More...

মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, দুৰ্ঘটনাত থিতাতে নিহত ৫গৰাকী মহিলা

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ মেঘালয়ত নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত। ফলত থিতাতে নিহত TMCৰ ৫গৰাকী মহিলা সমৰ্থক। মেঘালয়ৰ খাৰকুটাৰ সমীপৰ বলমেডাঙৰ ওচৰত এই ঘটনা সংঘটিত হয়। এই ভয়ংকৰ দুৰ্ঘটনাত কেইবাগৰাকীও লোক আহত হয়। তথ্য
Read More...

ড০ কুলধৰ শইকীয়াই উন্মোচন কৰিলে ই-আলোচনী “জ্ঞানম”

পঙ্কজ নাথ, চাংসাৰি, ১১ ফেব্ৰুৱাৰীঃ সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত আৰু শৈক্ষিক গোট “জ্ঞানম” কামৰূপৰ সহযোগত শুক্ৰবাৰে সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই উন্মোচন
Read More...