Daily Time Axom
Browsing Tag

North East

ৰাজ্যত পুনৰ মৰেল পুলিচগিৰী, চাপৰত মৰিয়াই মৰিয়াই হত্যা এজনক

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ চাপৰৰ কৃষ্ণকলি চাহ বাগিচাত ভয়ংকৰ ঘটনা। উত্তেজিত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে এজনক। টুকৰাফৰেষ্ট গাঁৱত ৰাইজৰ প্ৰহাৰত নিহত হানিফ আলী। এগৰাকী মহিলাৰ ঘৰত যুৱকজনৰ প্ৰৱেশক লৈ ক্ষুব্ধ ৰাইজ। হাত-ভৰি বান্ধি হানিফক ওৰে নিশা
Read More...

মিজোৰাম সীমান্তত বোমা বিস্ফোৰণ, বিস্ফোৰণত কেইবাজনো লোক নিহত

নিউজ ডেস্ক, ১২ জানুৱাৰীঃ মিজোৰাম সীমান্তত ম্যানমাৰৰ বোমা বৰ্ষণ। মিজোৰামৰ মিলিকিয়া কেম্পত এই বোমা বৰ্ষণৰ ঘটনা সংঘটিত হয়। বোমা বৰ্ষণৰ আঁৰত ম্যানমাৰৰ CNAৰ সশস্ত্র সংগঠন। বোমা বৰ্ষণত নিহত হৈছে কেইবাগৰাকীও বিদ্ৰোহী। অৱশ্যে ভাৰতৰ সীমান্তত
Read More...

নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিৱেশন

গুৱাহাটী, ৩ জানুৱাৰী: অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ এটা বিশেষ সন্থা হৈছে নৰ্থ ইষ্ট জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থা । ২০১৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে জন্মলাভ কৰা এই সন্থাই ছয়তি বছৰ অতিক্ৰম কৰি সাতটা বছৰত ভৰি দিছে । নৰ্থ ইষ্ট
Read More...

অৰুণাচলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ আজি অৰুণাচললৈ ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। অৰুণাচলৰ চিয়াং জিলাত কাৰ্যসূচীত অংশ ল'ব ৰাজনাথ সিঙে। টাৱাং সীমান্তৰ উত্তেজনাৰ পাছত প্ৰথমবাৰলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ অৰুণাচল ভ্ৰমণ। সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী
Read More...

অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ মাটিত নগাই স্থাপন কৰিলে নতুন গাঁও ৷ চুঙাজানৰ মাজগাঁও পঞ্চায়তৰ অন্তৰ্গত মহিমা গাঁৱত নগাই চিহৌট ভেলেজ স্থাপন কৰি নতুনকৈ সংযোজন কৰিলে ভিকিট
Read More...

বড়ো আধুনিক গীতৰ স্ৰষ্টা কনক লাল স্বৰ্গীয়াৰী সোঁৱৰণী সংগীত আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটী, ২৫ ডিচেম্বৰ:বিগত বছৰকেইটাৰ দৰে এইবাৰো বড়ো আধুনিক গীতৰ স্ৰষ্টা তথা সমন্বয় শিল্পী কনকলাল স্বৰ্গীয়াৰীৰ ষষ্ঠ মৃত্যুবার্ষিকী অহা ২৮ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা
Read More...

ভয়ংকৰ বাছ দুৰ্ঘটনা, শিক্ষামূলক ভ্ৰমণলৈ যোৱা ছাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ২১ ডিচেম্বৰতঃ মণিপুৰত শোকাৱহ বাছ দুৰ্ঘটনা। দুখনকৈ বাছ দুৰ্ঘটনাত পতিত হোৱাত ১৫গৰাকীকৈ ছাত্ৰীয়ে হেৰুৱালে প্ৰাণ। মণিপুৰৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুম পথত দুৰ্ঘটনাত পতিত ছাত্ৰী কঢ়িয়াই নিয়া বাছখন। থাম্বালনু উচ্চতৰ মাধ্যমিক
Read More...

আজি উত্তৰ-পূৱলৈ প্ৰধানমন্ত্ৰী মোডী, অংশ ল’ব NECৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ আজি মেঘালয়, ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। শ্বিলঙত অংশ ল'ব NECৰ সোণালী জয়ন্তীত। শ্বিলঙৰ কনভেনশ্বন চেণ্টাৰত হ'ব উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী। সোণালী জয়ন্তীত অংশগ্ৰহণৰ পাছত অংশ ল'ব এখন
Read More...

মহানগৰীৰ গণেশগুৰিৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্রাগছ

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ৰাজ্য়ত ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত। এইবাৰ এম্বুলেঞ্চেৰে ড্ৰাগ্ছ সৰবৰাহ কৰি ধৰা পৰিল আৰক্ষীৰ হাতত।মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ নেতৃত্বত চলা অভিযানত মণিপুৰৰ পৰা অহা এখন এম্বুলেন্সত উদ্ধাৰ হ'ল বুজন পৰিমাণৰ
Read More...

লখিমপুৰৰ হাৰমতীত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ হাৰমতী আৰক্ষী চকীৰ অধীনৰ মেৰবিল বৰদলনী গাঁৱৰ শিক্ষয়ত্ৰী কৃষ্ণা চুতীয়াৰ বাস গৃহত দাউ দাউকৈ জ্বলি ক্ষন্তেকতে চাই হৈ গ'ল বাসগৃহ।কথমপি জীৱন ৰক্ষা পৰিল দুই কনমানিৰ।সন্ধিয়া গোসাই ঘৰত সেৱা প্ৰাৰ্থনা কৰাৰ
Read More...