Daily Time Axom
Browsing Tag

North East

যোৰহাট কাণ্ডৰে জড়িত ডকাইতক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ৰাজেশক ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। লামডিঙৰ পৰা যোৰহাট
Read More...

মেঘালয়ত ৪৮ ঘণ্টাৰ বাবে বৃদ্ধি ইণ্টাৰনেট কৰ্টনৰ সময়-সীমা

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ মেঘালয়ত পুনৰ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা। ৪৮ ঘণ্টাৰ বাবে বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধৰ সময়।হিংসাত্মক পৰিস্থিতিৰ বাবেই কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। মেঘালয়ৰ ৭ জিলাত বন্ধ থাকিব
Read More...

মৰ্মান্তিক! তীব্ৰবেগী ৰে’লে মহটিয়াই নিলে ধান কাটিবলৈ যোৱা পতি-পত্নীক

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ গোৱালপাৰা জিলাৰ ধনুভাঙাত ভয়ংকৰ ঘটনা৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে কৰুণ এই ঘটনাটো৷ ৰে’লৰ খুন্দাত নিহত ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫)৷
Read More...

মেঘালয়ৰ পিছত এইবাৰ নাগালেণ্ডে অসমৰ ভূমিত প্ৰৱেশ কৰি উচ্ছেদ কৰিলে ব্যৱসায়ীক প্ৰতিষ্ঠান

নিউজ ডেস্ক, ২৩ নৱেম্বৰঃ মেঘালয়ৰ পাছত শিৱসাগৰৰ নাগালেণ্ড সীমান্তত উত্তেজনা। নাজিৰাৰ বিহুবৰত নগা আৰক্ষীয়ে ভাঙিলে কেইবাখনো হোটেল, দোকান। ঔগুৰিজানত পুৱাই এক্সকেভেটৰেৰে ভাঙিলে দোকান-পোহাৰ। অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ অভিযানক লৈ উত্তেজনা।
Read More...

হাউলী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ, ১০০ টকাত লাভ কৰিলে অ’ডি বাহন

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ ঘোষণা কৰা হৈছে হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলৰ ফলাফল। সোমবাৰে নিশা ঘোষণা কৰা হয় হাউলী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ এই ভাগ্য পৰীক্ষাৰ খেলৰ ফলাফল। প্ৰতিবছৰে আয়োজন কৰা এই খেলখনৰ ফলাফলক লৈ উৎকণ্ঠিত হৈ থাকে বহু লোক। ২১খনকৈ
Read More...

কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত
থিতাতে নিহত ৫ জনকৈ যুৱক

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ কলিয়াবৰৰ উলুৱনি থানাৰ অন্তৰ্গত হাতীয়েখোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হৈছে এক শোকাৱহ ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে পাঁচ গৰাকী আৰোহী নিহত হয় ৷ হুণ্ডাই আৰ’ৰা আৰু এখন মালবাহী ট্ৰাকৰ মুখামুখী
Read More...

পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, মহানগৰীত বৃদ্ধি পাব চাইকেল-ৰিক্সাৰ কৰ

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ জনতাক আন এক মাধমাৰ চৰকাৰৰ। মহানগৰীত চাইকেল-ৰিক্সাৰ কৰ বৃদ্ধি । শীঘ্ৰে GMCয়ে সংগ্ৰহ কৰিব বৰ্ধিত কৰ। প্ৰতিখন চাইকেলৰ বাবদ গৰাকীয়ে দিব লাগিব ১০ৰ পৰা ৪০ টকা কৰ। প্ৰতিখন ৰিক্সাৰ বাবদ ৭০ টকাকৈ কৰ সংগ্ৰহ কৰিব GMCয়ে।
Read More...

কামপুৰৰ ভেৱেঙাআটিত কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবি মেল

নিউজ ডেস্ক, ২০ নৱেম্বৰঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত তথা নগাঁও জিলা কবি সন্মিলনৰ অধীনৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবি মেল আজি কামপুৰৰ ভেৱেঙাআটিত অনুষ্ঠিত হয়।কবিমেলৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ
Read More...

কাছাৰত এখন ট্ৰাকত উদ্ধাৰ ৪৫ কাৰ্টন বিদেশী চিগাৰেট

নিউজ ডেস্ক, ২০ নৱেম্বৰঃ কাছাৰত এখন ট্ৰাকত উদ্ধাৰ ৪৫ কাৰ্টন বিদেশী চিগাৰেট। ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই বিদেশী চিগাৰেট সৰবৰাহ কৰাৰ সময়ত নিশা কাছাৰৰ লাইলাপুৰত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ বিদেশী চিগাৰেট৷ মিজোৰামৰ পৰা অহা NL 01 AC-2059
Read More...

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত দুজন

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ডিগবৈৰ টিংৰাইত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা দ্ৰুতবেগী চুইফ্ট বাহনৰ। দুৰ্ঘটনাত নিহত হয় দুজন লোক। নিহত লোক দুজন যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱাল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক।
Read More...